প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছুলতানপুৰ লোধীৰ বেৰ চাহেব গুৰুদ্বাৰত সশ্ৰদ্ধ প্ৰণিপাত জনায়৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীক সংগ দিয়ে কেন্দ্ৰীয় খাদ্য প্ৰস্তুতকৰণ উদ্যোগ মন্ত্ৰী শ্ৰীমতী হৰছিমৰৎ কৌৰ বাদল, পাঞ্জাৱৰ ৰাজ্যপাল ভি. পি. সিং বাদনোৰ আৰু পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে৷

গুৰুদ্বাৰৰ মুল চৌহদৰ ভিতৰত প্ৰধানমন্ত্ৰীয়ে প্ৰাৰ্থনা জনোৱাৰ লগতে তেওঁকো পুৰোহিতসকলে এখনি বস্ত্ৰ উপহাৰ দিয়ে৷ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে চৌহদটো প্ৰত্যক্ষ কৰাৰ লগতে বেৰ গছজোপাও পৰিদৰ্শন কৰে, য’ত শ্ৰী গুৰু নানক দেৱ জীয়ে ১৪ বছৰতকৈ অধিক সময় ধ্যান কৰিছিল৷

চৌহদ পৰিদৰ্শন কৰাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে দেৰা বাবা নানক অভিমুখে ৰাওনা হয়, য’ত তেওঁ পেচেঞ্জাৰ টাৰ্মিনেল বিল্ডিং উদ্বোধন কৰাৰ লগতে কাৰ্টাৰপুৰলৈ যাত্ৰা কৰিবলগীয়া প্ৰথমটো গোটৰ ভ্ৰমণৰ ফ্লেগ অফ কৰিব৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Why Abrogation Of Article 370 Was A Strategic Necessity For India

Media Coverage

Why Abrogation Of Article 370 Was A Strategic Necessity For India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 05 আগষ্ট 2026
August 05, 2026

Viksit Bharat in Action: Inclusive, Green, and Globally Competitive Under PM Modi