The oceans are the world's common heritage and sea routes the lifeline of international trade: PM Modi
Settlement of maritime disputes should be peaceful and on the basis of international law: PM Modi
Global community should together face natural disasters and maritime threats created by non-State actors: PM

Excellencies,

Maritime Securityৰ ওপৰত এই বিশেষ আলোচনাত সংযুক্ত কৰা বাবে আপোনালোক সকলোকে ধন্যবাদ। মই Secretary Generalৰ সকাৰাত্মক বাৰ্তা আৰু U.N.O.D.C.ৰ Executive Directorৰ দ্বাৰা briefingৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো। Democratic Republic of Congoৰ ৰাষ্ট্ৰপতিয়ে के African Unionৰ অধ্যক্ষ হিচাপে নিজৰ বাৰ্তা দিলে। মই বিশেষভাৱে তেওঁৰ ওচৰত কৃতজ্ঞ। মই ৰুছৰ ৰাষ্ট্ৰপতি, কেনিয়াৰ ৰাষ্ট্ৰপতি আৰু ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিৰ বাবেও হৃদয়ৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছো।

Excellencies,

সমুদ্ৰ আমাৰ উমৈহতীয়া ঐতিহ্য। আমাৰ সামুদ্ৰিক পথসমূহ international tradeৰ লাইফ লাইন। আৰু, সবাতোকৈ ডাঙৰ কথা এইটো যে এই সমুদ্ৰ আমাৰ Planetৰ ভৱিষ্যতৰ বাবে বহুত মহত্বপূৰ্ণ। কিন্তু আমাৰ এই উমৈহতীয়া সামুদ্ৰিক ঐতিহ্য আজি বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈ আছে। পাইৰেচী আৰু সন্ত্ৰাসবাদৰ বাবে সামুদ্ৰিক পথৰ অপপ্ৰয়োগ হৈ আছে। অনেক দেশৰ মাজত maritime disputes আছে। আৰু climate change তথা প্ৰাকৃতিক সংকটবিলাকো maritime domainৰে জড়িত বিষয়। এই ব্যাপক সন্দৰ্ভত, নিজৰ উমৈহতীয়া সামুদ্ৰিক ঐতিহ্যৰ সংৰক্ষণ আৰু ব্যৱহাৰৰ বাবে আমি পাৰস্পৰিক বোধ আৰু সহযোগিতাৰ এক framework প্ৰস্তুত কৰিব লাগিব। এনেকুৱা framework কোনো দেশে অকলে প্ৰস্তুত কৰিব নোৱাৰে। ই এক উমৈহতীয়া প্ৰচেষ্টাৰেহে সাকাৰ হ'ব পাৰে। এই ভাবনাৰেই আমি এই মহত্বপূৰ্ণ বিষয়টো সুৰক্ষা পৰিষদৰ সন্মুখলৈ লৈ আহিছো। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আজিৰ High Level আলোচনাৰ জৰিয়তে বিশ্বই maritime securityৰ বিষয়টোত মাৰ্গদৰ্শন পাব।



Excellencies,

 

এই মন্থনক structure দিবৰ বাবে আপোনালোকৰ সন্মুখত পাঁচটা মূলভূত সিদ্ধান্ত ৰাখিব বিচাৰিম। প্ৰথম সিদ্ধান্তঃ আমি legitimate maritime tradeৰ পৰা barriers আঁতৰোৱা দৰকাৰ। আমাৰ সকলোৰে সমৃদ্ধি maritime tradeৰ সক্ৰিয় flowৰ ওপৰত নিৰ্ভৰশীল। ইয়াত অহা জটিলতা সম্পূৰ্ণ বৈশ্বিক অৰ্থনৈতিক ব্যৱস্থাৰ বাবে প্ৰত্যাহ্বান হ'ব পাৰে। Free maritime trade ভাৰতৰ সভ্যতাৰ সৈতে অনাদি কালৰ পৰা জড়িত হৈ আছে। হাজাৰ হাজাৰ বছৰৰ আগতে, সিন্ধু ঘাটী সভ্যতাৰ লোথল বন্দৰ সামুদ্ৰিক বাণিজ্যৰে জড়িত আছিল। প্ৰাচীন সময়ৰ স্বতন্ত্ৰ maritime পৰিৱেশতে ভগৱান বুদ্ধৰ শান্তি বাৰ্তা বিশ্বত বিয়পিব পাৰিলে। আজিৰ সন্দৰ্ভত ভাৰতে এই মুকলি আৰু inclusive এথোছৰ আধাৰত SAGAR – Security and Growth for All in the Region –ৰ vision পৰিভাষিত কৰিছে। এই visionৰ জৰিয়তে আমি নিজৰ ক্ষেত্ৰত  maritime securityৰ এক inclusive ভেটী নিৰ্মাণ কৰিব বিচাৰো। এই ভিজন এক Safe, Secure আৰু Stablemaritimedomainৰ। Free maritime tradeৰ বাবেও আৱশ্যকীয়, যাতে আমি পৰস্পৰে পৰস্পৰৰ নাবিকসকলৰ অধিকাৰক সম্পূৰ্ণ সন্মান কৰো।

 

দ্বিতীয় সিদ্ধান্তঃ maritime disputesৰ সমাধান শান্তিপূৰ্ণ আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ আধাৰত হে হোৱা উচিত। পাৰস্পৰিক trust আৰু confidenceৰ বাবে ই অতি আৱশ্যকীয়। এই মাধ্যমতে আমি বৈশ্বিক শান্তি আৰু স্থিৰতা সুনিশ্চিত কৰিব পাৰো। ভাৰতে এই বোধ আৰু maturityৰেই নিজৰ চুবুৰীয়া দেশ বাংলাদেশৰ সৈতে নিজৰ maritime boundaryৰ সমাধান কৰিছে।

 

তৃতীয় সিদ্ধান্তঃ আমি প্ৰাকৃতিক দুৰ্যোগ আৰু non-state actorsৰ দ্বাৰা সৃষ্টি কৰা maritime threatsৰ একত্ৰিত হৈ সন্মুখীন হোৱা দৰকাৰ। এই বিষয়ত ক্ষেত্ৰীয় সহযোগিতা বৃদ্ধি কৰিবলৈ ভাৰতে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। Cyclone, ছুনামি আৰু প্ৰদূষণ সম্পৰ্কীয় সামুদ্ৰিক দুৰ্যোগত আমি ফাৰ্ষ্ট ৰেছপণ্ডাৰ হৈ আছো। পাইৰেচী ৰোধ কৰিবলৈ ভাৰতীয় নৌ সেনাই ২০০৮ৰ পৰা হিন্দ মহাসাগৰত পেট্ৰ'লিং কৰি আছে। ভাৰতৰ White Shipping Information ফিউজন কেন্দ্ৰই আমাৰ ক্ষেত্ৰত উমৈহতীয়া

maritime ড'মেইন awareness বঢ়াই আছে। আমি কেইবাখনো দেশক Hydrographic Survey Support আৰু সামুদ্ৰিক সুৰক্ষাত প্ৰশিক্ষণ দিছো। হিন্দ মহাসাগৰত ভাৰতৰ ভূমিকা এক Net Security Provider হিচাপে আছে।

 

চতুৰ্থ সিদ্ধান্তঃ আমি maritime environment আৰু maritime resourcesক সুৰক্ষিত কৰি ৰাখিব লাগিব। যিদৰে আমি জানো যে, Oceansৰ climateৰ ওপৰত পোনপটীয়া impact হয়। আৰু সেয়ে, আমি নিজৰ maritime environmentক plastics আৰু oil spillsৰ দৰে প্ৰদূষণৰ পৰা মুক্ত ৰাখিব লাগিব। আৰু over-fishing আৰু marine poachingৰ বিৰুদ্ধে উমৈহতীয়া পদক্ষেপ গ্ৰহণ কৰিব লাগিব। লগতে আমি ocean scienceতো সহযোগিতা বৃদ্ধি কৰিব লাগিব। ভাৰতে এক মহত্বাকাংক্ষী "Deep Ocean Mission” launch কৰিছে। আমি sustainable fishingক উদগণি দিবৰ বাবেও কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছো।

 

পঞ্চম সিদ্ধান্তঃ আমি responsible maritime connectivityক উদগণি দিয়া দৰকাৰ। এই কথা স্পষ্ট যে সামুদ্ৰিক বাণিজ্য বৃদ্ধি কৰিবলৈ Infrastructureৰ নিৰ্মাণ আৱশ্যকীয়। কিন্তু, এনেকুৱা infrastructure projectsৰ developmentত দলসমূহৰ ফিস্কেল sustainability আৰু absorption capacity মনত ৰাখিব লাগিব। ইয়াৰ বাবে আমি উচিত বৈশ্বিক norms আৰু standards প্ৰস্তুত কৰিব লাগিব।

 

Excellencies,

 মোৰ বিশ্বাস আছে এই পাঁচটা সিদ্ধান্তৰ আধাৰত maritime security cooperationৰ এক বৈশ্বিক roadmap হ'ব পাৰে। আজিৰ open ডিবেটৰ উচ্চ আৰু সক্ৰিয় অংশগ্ৰহণে এই কথা প্ৰতিপন্ন কৰিছে যে এই বিষয়টো সুৰক্ষা পৰিষদৰ সকলো সদস্যৰ বাবে মহত্বপূৰ্ণ। ইয়াৰ লগে লগে, মই আকৌ এবাৰ আপোনালোকৰ উপস্থিতিৰ বাবে আপোনালোকক কৃতজ্ঞতা প্ৰকাশ কৰিছো।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The first day of school, the start of a shared responsibility

Media Coverage

The first day of school, the start of a shared responsibility
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam, pays tributes to revered Dr. Sree Sree Sree Sivakumara Swamigalu
April 01, 2026

The Prime Minister, Shri Narendra Modi paid tributes to the revered Dr. Sree Sree Sree Sivakumara Swamigalu, on his birth anniversary today. Shri Modi added that his incomparable contributions in the fields of education, social welfare, and spirituality will continue to inspire every generation of the nation towards selfless service.

The Prime Minister shared a Sanskrit verse-

“पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि वृक्षाः।

नादन्ति सस्यं खलु वारिवाहाः
परोपकाराय सतां विभूतयः॥”

The Prime Minister wrote on X;

“मानवता के अनन्य उपासक परम पूज्य डॉ. श्री श्री श्री शिवकुमार स्वामीजी को उनकी जन्म-जयंती पर कोटि-कोटि नमन! शिक्षा, समाज कल्याण और अध्यात्म के क्षेत्र में उनका अतुलनीय योगदान देश की हर पीढ़ी को निस्वार्थ सेवा के लिए प्रेरित करता रहेगा।

पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि वृक्षाः।

नादन्ति सस्यं खलु वारिवाहाः
परोपकाराय सतां विभूतयः॥”