২০২৫ চনৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভোটদান কৰে।

এটা টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়,
“২০২৫ চনৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰিলো।”
Voted in the 2025 Vice President election. pic.twitter.com/soCoJJmHSI
— Narendra Modi (@narendramodi) September 9, 2025


