হনুমান জয়ন্তী উপলক্ষে ১৬ এপ্ৰিল, ২০২২ৰ পুৱা ১১ বজাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মৰবীত হনুমান জীৰ ১০৮ ফুট ওখ মূৰ্তি উন্মোচন কৰিব৷

এই মূৰ্তিটো সমগ্ৰ দেশৰ চাৰিটা কোণত #Hanumanji4dham প্ৰকল্পৰ অধীনত স্থাপন কৰিবলগীয়া ৪টা মূৰ্তিৰ দ্বিতীয়টো মূৰ্তি৷ এই মূৰ্তিটো মৰবীৰ পৰম পূজ্য বাপু কেশৱানন্দ জীৰ আশ্ৰমৰ পশ্চিম দিশত স্থাপন কৰা হ’ব৷

২০১০ চনত ছিমলাত উত্তৰ দিশত প্ৰথমটো মূৰ্তি স্থাপন কৰা হৈছে৷ দক্ষিণৰ মূৰ্তিটোৰ কাম ৰামেশ্বৰমত ইতিমধ্যে আৰম্ভ কৰা হৈছে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Q2 FY26 GDP soars 8.2%: A structural shift reshaping the economy like ’83 cricket triumph

Media Coverage

India's Q2 FY26 GDP soars 8.2%: A structural shift reshaping the economy like ’83 cricket triumph
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ডিচেম্বৰ 2025
December 04, 2025

Aatmanirbhar Bharat Rising: Defence, Railways, Pharma, Coffee, Logistics – Every Sector Roars Under PM Modi