প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ চনৰ ৯ মাৰ্চত নতুন দিল্লীৰ লোক কল্যাণ মাৰ্গত আবেলি ৫ বজাত শ্ৰীমদ্ ভগৱদ্ গীতাৰ শ্লোকৰ ওপৰত ২১ জন পণ্ডিতৰ বাখ্যা সম্বলিত ১১ খন পাণ্ডুলিপি মুকলি কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত জন্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল শ্ৰী মনোজ সিনহা আৰু ডঃ কৰণ সিঙো উপস্থিত থাকিব।

শ্ৰীমদ্ ভগৱদ্ গীতাঃ মূল লিপিত সংস্কৃতৰ একাধিক বিৰল বাখ্যা

সাধাৰণতে শ্ৰীমদ্ ভগৱদ্ গীতা একক বাখ্যাৰ সৈতে উপস্থাপন কৰা হয়। শ্ৰীমদ্ ভগৱদ্ গীতাৰ এক ব্যাপক আৰু তুলনামূলক প্ৰশংসা লাভ কৰাৰ বাবে প্ৰথমবাৰৰ বাবে, প্ৰসিদ্ধ ভাৰতীয় পণ্ডিতসকলৰ ভালেমান প্ৰধান মন্তব্য একত্ৰিত কৰা হৈছে। ধৰ্মাৰ্থ ট্ৰাষ্টে প্ৰকাশ কৰি উলিওৱা পাণ্ডুলিপিখন অসাধাৰণ বিভিন্নতা আৰু ভাৰতীয় লিপিৰ সূক্ষ্মতাৰ সৈতে প্ৰস্তুত কৰা হৈছে, য’ত শংকৰ ভাষ্যৰ পৰা ভাষানুৱাদলৈকে আছে। ডঃ কৰণ সিং জন্মু-কাশ্মীৰৰ ধৰ্মাৰ্থ ট্ৰাষ্টৰ অধ্যক্ষ ন্যাসৰক্ষী।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
One App For 2,400-Plus Government Services: How UMANG Is Changing Access In India

Media Coverage

One App For 2,400-Plus Government Services: How UMANG Is Changing Access In India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 মাৰ্চ 2026
March 27, 2026

Relief, Revival & Rise: How PM Modi is Building a Modern, Rooted & Self-Reliant India