প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ মাৰ্চৰ সন্ধিয়া ৭ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে চেৰাউইক বিশ্ব শক্তি আৰু পৰিৱেশীয় নেতৃত্ব বঁটা গ্ৰহণ কৰাৰ লগতে কেম্ব্ৰিজ ইনাৰ্জী ৰিছাৰ্চ এছ’চিয়েটছ ইউক (চেৰাউইক), ২০২১ত মুল ভাষণ আগবঢ়াব৷

চেৰাউইকৰ বিষয়ে

১৯৮৩ চনত ড০ ডেনিয়েল য়াৰ্গিনে চেৰাউইক স্থাপন কৰিছিল৷ ১৯৮৩ চনৰ পৰা প্ৰতি বছৰৰ মাৰ্চ মাহত হাষ্টনত এই চেৰাউইক আয়োজন কৰি আহিছে আৰু ইয়াক বিশ্বৰ আগশাৰীৰ বাৰ্ষিক শক্তি মঞ্চ হিচাপে বিবেচনা কৰা হয়৷ ২০২১ৰ ১ৰ পৰা ৫মাৰ্চলৈ চেৰাইউক, ২০২১ ভাৰ্চুৱেলী অনুষ্ঠিত হ’ব৷

বঁটাটোৰ বিষয়ে

চেৰাউইক বিশ্ব শক্তি আৰু পৰিৱেশীয় নেতৃত্ব বঁটা ২০১৬ চনত আৰম্ভ কৰা হৈছিল৷ ই বিশ্ব শক্তি আৰু পৰিৱেশৰ ভৱিষ্যতৰ বাবে নেতৃত্ব আৰু শক্তি আহৰণ, সহজলভ্যতা, পৰিৱেশীয় প্ৰৱন্ধনৰ সমাধান আৰু নীতি গ্ৰহণৰ প্ৰতিশ্ৰুতিৰ স্বীকৃতি প্ৰদান কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Technical textiles critical to footwear sector

Media Coverage

Technical textiles critical to footwear sector
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 এপ্ৰিল 2026
April 29, 2026

Leadership That Plays, Builds & Delivers: PM Modi’s Vision Igniting Youth, Women & Northeast India