প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ জানুৱাৰী, ২০২১ৰ পুৱা ১১বজাত আইআইএম সম্বলপুৰৰ স্থায়ী চৌহদৰ আধাৰশিলা স্থাপন কৰিব৷

এই উপলক্ষে অনুষ্ঠানত ওড়িশাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাংক’, শ্ৰীধৰ্মেন্দ্ৰ প্ৰধান আৰু শ্ৰী প্ৰতাপ চন্দ্ৰ সাৰেংগী উপস্থিত থাকিব৷ এই অনুষ্ঠানত বিষয়া, উদ্যোগপতি, শিক্ষাবিদ আৰু শিক্ষাৰ্থী, প্ৰাক্তন শিক্ষাৰ্থী আৰু আইআইএম সম্বলপুৰৰ ফেকাল্টিৰ লগতে ৫,০০০ আমন্ত্ৰিত অতিথিয়ে অংশগ্ৰহণ কৰিব৷

আইআইএম সম্বলপুৰ

আইআইএম সম্বলপুৰ হ’ল দেশৰ প্রথম আইআইএম, য’ত শ্রেণীকোঠাৰ ধাৰণা একবাৰে ভিন্ন। ইয়াত ডিজিটেল পদ্ধতিত পঢ়াশুনা হয়। তদুপৰি, উদ্যোগ জগতৰ পৰা বিভিন্ন প্রকল্পৰ জৰিয়তে পাঠদান চলে। এই প্রতিষ্ঠান অন্যান্য আইআইএমতকৈ লিংগ বৈষম্যৰ দিশতো পৃথক৷ ইয়াত ২০১৯–২১ এমবিএ বেটছত ৪৯ শতাংশ আৰু ২০২০–২২ বেটছত ৪৩ শতাংশ ছাত্রী আছে, যিটো দেশৰ অন্যান্য আইআইএমৰ তুলনাত সৰ্বাধিক৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists

Media Coverage

Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 আগষ্ট 2026
August 10, 2026

History, Heritage & High Growth: Why India’s Youth Feel Unstoppable Under PM Modi’s Leadership