প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ জুলাইৰ পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে চৰ্দাৰ বল্লভভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীত প্ৰশিক্ষণপ্ৰাপ্ত আইপিএছসকলক উদ্দেশ্যি ভাষণ আগবঢ়াব৷ এই উপলক্ষে তেওঁ প্ৰশিক্ষণপ্ৰাপ্ত আইপিএছসকলৰ সৈতে মত বিনিময় কৰিব৷

অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ আৰু গৃহৰাজ্য মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ো উপস্থিত থাকে৷

এছভিপিএনপিএৰ বিষয়ে

চৰ্দাৰ বল্লভভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমী হৈছে দেশৰ আগশাৰীৰ আৰক্ষী প্ৰশিক্ষণ প্ৰতিষ্ঠান৷ ইয়াৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াসকলৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে আইপিএছ বিষয়াসকলৰ বাবে বিভিন্ন সেৱামূলক পাঠ্যক্ৰম প্ৰদান কৰে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's forex reserves jump $9 bn to $697.1 bn in week ended April 3

Media Coverage

India's forex reserves jump $9 bn to $697.1 bn in week ended April 3
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 এপ্ৰিল 2026
April 10, 2026

Safe Anchor, Green Engine, Digital Dynamo: PM Modi’s Blueprint for India’s Economic Renaissance