প্ৰতিৰক্ষা বাহিনীৰ সাতটা নতুন প্ৰতিষ্ঠানক ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰি বিজয়াদশমীৰ পবিত্ৰ দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ যোগে ভাষণ প্ৰদান কৰিব। প্ৰতিৰক্ষা বাহিনীয়ে আয়োজন কৰা অনুষ্ঠানটোত দিনৰ ১২.১০বজাত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে।

অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী, বিভাগটোৰ ৰাজ্যিক মন্ত্ৰীগৰাকীৰ লগতে প্ৰতিৰক্ষা উদ্যোগ সংগঠনৰ প্ৰতিনিধিবৰ্গই অংশ গ্ৰহণ কৰিব।

প্ৰতিৰক্ষা বাহিনীৰ নতুন প্ৰতিষ্ঠানকেইটাৰ বিষয়ে        

দেশৰ প্ৰতিৰক্ষা খণ্ডক সদা সষ্টম কৰি ৰাখিব পৰাকৈ ‘অৰ্ডানেন্স ফেক্টৰী ব’ৰ্ড’ক এটা চৰকাৰী বিভাগৰ পৰা আত্মনিৰ্ভৰশীল হ’ব পৰাকৈ সাতটা ১০০% চৰকাৰী নিগমৰ ৰূপত গঢ়ি তোলাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই পদক্ষেপৰ জৰিয়তে কৰ্ম-পৰিচালনাৰ ক্ষেত্ৰত অধিক স্বায়ত্বতা, পাৰদৰ্শিতা আৰু নতুন প্ৰগতিৰ সম্ভাৱনীয়তাসমূহক উচিত ভাবে উন্মোচিত কৰা তথা উদ্ভাৱনৰ দুৱাৰ মুকলি কৰাৰ প্ৰয়াস কৰা হৈছে। নতুনকৈ স্থাপিত প্ৰতিষ্ঠানকেইটা হৈছে: ‘মিউনিশ্যন ইণ্ডিয়া লিমিটেড’(এমআইএল), ‘আৰ্মাৰ্ড ভেহিকল নিগম লিমিটেড’(এভিএএনআই), ‘এডভান্সড ৱে’পনছ এণ্ড ইকুইপমেণ্ট ইণ্ডিয়া লিমিটেড’(এডব্লিউই ইণ্ডিয়া), ‘ট্ৰুপ কমফৰ্ট্ছ লিমিটেড’(টিচিএল), ‘যন্ত্ৰ ইণ্ডিয়া লিমিটেড’(ওৱাইআইএল), ‘ইণ্ডিয়া অ’পটেল লিমিটেড’(আইঅএল) আৰু ‘গ্লাইডাৰ ইণ্ডিয়া লিমিটেড’(জিআইএল)।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Can we have a picture? BRICS delegates gather around PM Modi for candid photo op

Media Coverage

Can we have a picture? BRICS delegates gather around PM Modi for candid photo op
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 ছেপ্টেম্বৰ 2026
September 12, 2026

President Putin, Partners, and a Photograph: How PM Modi Turned BRICS Into India’s Showcase

16 Crore Domestic Flyers. ₹22 Lakh Crore Tourism. The Holiday Stayed Home.