PM to dedicate National Atomic Timescale and Bhartiya Nirdeshak Dravya to the Nation
PM to also lay Foundation Stone of National Environmental Standards Laboratory

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ ৰ ৪ জানুৱাৰীত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নেশ্যনেল মেট্ৰজি কনক্লেভত উদ্বোধনী ভাষণ আগবঢ়াব। তেখেতে তদুপৰি ‘নেশ্যনেল এটমিক টাইমস্কেল’ আৰু ‘ভাৰতীয় নিৰ্দেশক দ্ৰব্য’ ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু ‘নেশ্যনেল এনভাৰমেন্টেল ষ্টেণ্ডাৰ্ডছ লেবৰটৰী’ৰ আধাৰশিলা স্থাপন কৰিব। এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনো উপস্থিত থাকিব।

নেশ্যনেল এটমিক টাইমস্কেলে ২.৮ নেন’ছেকেণ্ডৰ নিৰ্ভূলতাৰে ভাৰতীয় মান সময় নিৰূপণ কৰে। ভাৰতীয় নিৰ্দেশক দ্ৰব্যই আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি, গুণ নিশ্চিতকৰণৰ অৰ্থে লেবৰটৰীসমূহৰ টেষ্টিং আৰু ক্ৰমাংকনত সহায় আগবঢ়ায়। নেশ্যনেল এনভাৰমেন্টেল ষ্টেণ্ডাৰ্ডছ লেবৰটৰীয়ে পৰিব্যাপ্ত বায়ু আৰু ঔদ্যোগিক নিৰ্গমন নিৰীক্ষণ সা-সৰঞ্জামৰ প্ৰমাণীকৰণত আত্ম-নিৰ্ভৰতা প্ৰদান কৰিব।

কনক্লেভখনিৰ সম্পৰ্কে

আৰম্ভণিৰ ৭৫ বছৰত ভৰি দিয়া নেশ্যনেল মেট্ৰজি কনক্লেভ, ২০২১ ৰ আয়োজন কৰিছে কাউন্সিল অৱ চাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰীয়েল ৰিচাৰ্ছ-নেশ্যনেল ফিজিকেল লেবৰটৰী (CSIR-NPL), নতুন দিল্লীয়ে। এই কনক্লেভৰ বিষয়বস্তু হৈছে ‘ৰাষ্ট্ৰখনৰ সৰ্বব্যাপী বিকাশৰ অৰ্থে  মাত্ৰাবিজ্ঞান (Metrology)’।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report

Media Coverage

India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 জুলাই 2026
July 20, 2026

Yuva to Global Stage: How PM Modi’s Policies Are Turning India’s Youth, Farms & Factories into Growth Engines