Games to witness participation of over 4750 athletes from more than 200 Universities, who will be competing in 21 sports
Mascot of the Games is named Jitu, which represents Swamp Deer (Barasingha) - the state animal of UP
Games to be held from 25th May to 3rd June

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ মে'ৰ সন্ধিয়া ৭ বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ, ২০২২ৰ আৰম্ভণি ঘোষণা কৰিব।

প্ৰধানমন্ত্ৰীয়ে দেশত ক্ৰীড়াৰ সংস্কৃতি গঢ়ি তোলা আৰু যুৱক-যুৱতীসকলক ক্ৰীড়াৰে জড়িত হ’বলৈ উৎসাহিতকৰণত অধিক গুৰুত্ব আৰোপ কৰি আহিছে। উদীয়মান ক্ৰীড়াবিদসকলক সহায় কৰিবলৈ চৰকাৰে ভিন্ন আঁচনি ৰূপায়ণ কৰিছে আৰু দেশৰ ক্ৰীড়া বাতাবৰণক সুদৃঢ়কৰণৰ বাবে প্ৰচেষ্টা হাতত লৈছে। খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ আয়োজন এই দিশত আন এক পদক্ষেপ।

এই বৰ্ষৰ খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ তৃতীয় সংস্কৰণ ২৫ মে’ ৰপৰা ৩ জুনলৈ উত্তৰ প্ৰদেশত অনুষ্ঠিত হ’ব। বাৰাণসী, গোৰখপুৰ, লক্ষ্নৌ আৰু গৌতম বুদ্ধ নগৰত ইয়াৰ প্ৰতিযোগিতাসমূহ চলিব। এই গেমছত ২০০ ৰোধিক বিশ্ববিদ্যালয়ৰ ৪৭৫০ জনৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। তেওঁলোকে ২১টা ক্ৰীড়াত যোগদান কৰিব। অহা ৩ জুনত বাৰাণসীত এই গেমছৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব।

এই গেমছৰ শুভংকৰ হৈছে জিতু, উত্তৰ প্ৰদেশৰ ৰাজ্যিক প্ৰাণী দল-হৰিণাৰ প্ৰেৰণাৰে ইয়াক ৰূপ দিয়া হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'More strict actions to come against paper leaks': PM Modi announces new Bill push in video message

Media Coverage

'More strict actions to come against paper leaks': PM Modi announces new Bill push in video message
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights the importance of fostering beneficial thoughts, words, and actions
July 24, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how continuous practice in thought, word, and action shapes one's character and direction in life.

The Prime Minister wrote on X;

"कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते।

तदेवापहरत्येनं तस्मात् कल्याणमाचरेत्॥"

Whatever a person continuously practices through their actions, thoughts, and words ultimately shapes their personality and draws them in that very direction; therefore, one should always give space only to beneficial subjects in one's thoughts and conversations.