কাইলৈ অৰ্থাৎ ১ জুলাই, ২০২১ ৰ বিয়লি ৩ বজাত চিকিৎসক দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিকিৎসকসকলক সম্বোধন কৰিব।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজখনত প্ৰতিজন চিকিৎসকে অৱলম্বন কৰা প্ৰচেষ্টাক লৈ ভাৰত গৌৰৱান্বিত। ১ জুলাইত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয়। কাইলৈ বিয়লি ৩ বজাত, @IMAIndiaOrg এ আয়োজন কৰা এটি কাৰ্য্যসূচীত চিকিৎসক সমাজক সম্বোধন কৰিম।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?

Media Coverage

PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 ফেব্ৰুৱাৰী 2026
February 15, 2026

Visionary Leadership in Action: From AI Global Leadership to Life-Saving Reforms Under PM Modi