প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ ডিচেম্বৰ ২০২০ তাৰিখে পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰিব৷ প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠান উপলক্ষে এটা ডাক–টিকটো মুকলি কৰিব৷ অনুষ্ঠানটোত বিশ্ববিদ্যালয়খনৰ আচাৰ্য ছৈয়দনা মুফাদ্দাল ছাইফুদ্দিন আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল নিশাংকো উপস্থিত থাকিব৷

এএমইউৰ বিষয়েঃ

এএমইউ–য়ে ১৯২০ চনত এক্ট অব্ ইণ্ডিয়ান লেজিছলেটিভ কাউন্সিলৰ জৰিয়তে মোহম্মেদ্দান এংলো অৰিয়েণ্টেল (এমএঅ’) মহাবিদ্যালয়ৰ পৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰে৷  এমএঅ’ মহাবিদ্যালয় ছাৰ ছৈয়দ আহমেদ খানে ১৮৭৭ চনত প্ৰতিষ্ঠা কৰিছিল৷ বিশ্ববিদ্যালয়খনত ৪৬৭.৬ হেক্টৰ ভূমি আছে আৰু ই উত্তৰ প্ৰদেশৰ আলিগড় চহৰত অৱস্থিত৷ তাৰোপৰি বিশ্ববিদ্যালয়খনৰ কেৰেলাৰ মালাপ্পুৰম, পশ্চিম বংগৰ মুৰ্ছিদাবাদ–জাংগিপুৰ আৰু বিহাৰৰ কিষাণগঞ্জত অফ–কেম্পাছ কেন্দ্ৰও আছে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Exports may hit $1 Tn in FY27 on new trade deals, tariff cuts

Media Coverage

Exports may hit $1 Tn in FY27 on new trade deals, tariff cuts
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 ফেব্ৰুৱাৰী 2026
February 10, 2026

Stable Banks, Soaring Growth, Sectoral Wins: Celebrating India's Unstoppable Rise in 2026 Under PM Modi