ভাৰতৰ চন্দ্ৰযান-৩ অভিযানৰ সফলতাত প্ৰধানমন্ত্ৰীক অভিনন্দন প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ
অভিনন্দনৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁক ধন্যবাদ জনাইছে

চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী শ্ৰী বেঞ্জামিন নেতানিয়াহুৰ পৰা অভিনন্দনসূচক টেলিফোন কল লাভ কৰে।

এই প্ৰশংসাসূচক টেলিফোনৰ বাবে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জনসাধাৰণৰ হৈ তেওঁক ধন্যবাদ জ্ঞাপন কৰে আৰু কয় যে চন্দ্ৰযানৰ সফলতা সমগ্ৰ মানৱজাতিৰ বাবে, বিশেষকৈ গোলকীয় দক্ষিণৰ দেশসমূহৰ বাবে মংগলজনক।

দুয়োজন নেতাই পৰৱৰ্তী সময়তো এইদৰে যোগাযোগ স্থাপন কৰি থাকিবলৈ সন্মত হয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
APEDA Facilitates First Export Of Premium Areko Cherries And Scentrose Plums From J&K To Singapore

Media Coverage

APEDA Facilitates First Export Of Premium Areko Cherries And Scentrose Plums From J&K To Singapore
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুলাই 2026
July 19, 2026

Exports Booming, Skies Opening, Energy Transforming — PM Modi’s India in Full Flight