প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিকোণাসন বা ত্ৰিভূজ আসনৰ এটা ভিডিঅ’ ক্লিপ শ্বেয়াৰেৰে শৰীৰৰ ওপৰৰ অংশৰ ভালৰ বাবে আৰু একাগ্ৰতাৰ বৰ্ধনৰ বাবে এই আসনৰ অভ্যাস কৰিবলৈ আহ্বান জনায়।

১০ম বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে শ্বেয়াৰ কৰা এই ক্লিপটোত থিয় ভঙ্গিৰ ঢাপসমূহৰ বিষয়েও বিশদভাৱে উল্লেখ কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এই প’ষ্ট কৰিছেঃ

"কান্ধ, পিঠিৰ ভালৰ বাবে আৰু একাগ্ৰতাৰ বৰ্ধনৰ বাবে ত্ৰিকোণাসনৰ অভ্যাস কৰক!"

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's yuva shakti continues to make global impact: PM Modi

Media Coverage

India's yuva shakti continues to make global impact: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুলাই 2026
July 19, 2026

Exports Booming, Skies Opening, Energy Transforming — PM Modi’s India in Full Flight