প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্ভাৱনৰ সফলতাক প্ৰতিভা আৰু নিৰন্তৰ প্ৰচেষ্টা দুয়োটাৰে ফলাফল আখ্যা দিয়া এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে।
ফলাফল প্ৰাপ্ত কৰিবলৈ ব্যক্তিগত সামৰ্থ্যৰ সৈতে কাৰ্য্যকলাপৰ সমন্বয়ৰ আৱশ্যকতাৰ কালজয়ী জ্ঞান সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা বাৰ্তাত এইদৰে কোৱা হৈছেঃ
यथैकेन न हस्तेन तालिका सम्प्रपद्यते।
तथोग्यमपरित्यक्तं न फलं कर्मण: स्मृतम्।।
‘যেনেকৈ এখন হাতেৰে তালি বজাব নোৱাৰি, সেইদৰে প্ৰচেষ্টা অবিহনে উদ্ভাৱনত সফলতা সম্ভৱ নহয়। কঠোৰ পৰিশ্ৰম আৰু অবিৰত কাৰ্য্যৰ সমন্বয়েৰেহে প্ৰতিভা ফলপ্ৰসূ হয়।’
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
यथैकेन न हस्तेन तालिका सम्प्रपद्यते।
तथोद्यमपरित्यक्तं न फलं कर्मणः स्मृतम्॥
यथैकेन न हस्तेन तालिका सम्प्रपद्यते।
— Narendra Modi (@narendramodi) February 24, 2026
तथोद्यमपरित्यक्तं न फलं कर्मणः स्मृतम्॥ pic.twitter.com/0twbUYXXqZ


