প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰি গুৰুত্ব আৰোপ কৰে যে সামূহিক সমৰ্পণ আৰু প্ৰচেষ্টাৰ জৰিয়তে ৰাষ্ট্ৰৰ সমৃদ্ধি অটল হৈ থাকে। এই মনোভাৱে সমাজক নতুন শক্তি প্ৰদান কৰে আৰু উন্নয়নৰ সংকল্পসমূহ পূৰণ কৰাৰ পথ প্ৰশস্ত কৰে। প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে -
"यत्रोत्साहसमारम्भो यत्रालस्यविहीनता।
नयविक्रमसंयोगस्तत्र श्रीरचला ध्रुवम्॥"
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰেঃ
‘সামূহিক সমৰ্পণ আৰু অধ্যবসায়ৰ দ্বাৰা ৰাষ্ট্ৰৰ সমৃদ্ধি অক্ষুণ্ণ থাকে। এই মনোভাৱে সমাজক নতুন শক্তি প্ৰদান কৰে আৰু উন্নয়নৰ সংকল্পসমূহ পূৰণ কৰাৰ পথ প্ৰশস্ত কৰে।
यत्रोत्साहसमारम्भो यत्रालस्यविहीनता।
नयविक्रमसंयोगस्तत्र श्रीरचला ध्रुवम्॥‘
सामूहिक समर्पण और पुरुषार्थ से राष्ट्र की समृद्धि अक्षुण्ण रहती है। यही भावना समाज को नई ऊर्जा देती है और विकास के संकल्पों को सिद्धि तक पहुंचाने का मार्ग प्रशस्त करती है।
— Narendra Modi (@narendramodi) June 24, 2026
यत्रोत्साहसमारम्भो यत्रालस्यविहीनता।
नयविक्रमसंयोगस्तत्र श्रीरचला ध्रुवम्॥ pic.twitter.com/DoeTxm3sBX


