প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯৩০ চনৰ আজিৰ দিনটোতে আৰম্ভ হোৱা দাণ্ডি পদযাত্ৰাত অংশগ্ৰহণ কৰা সকলো মহান ব্যক্তিত্বলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে সত্যৰ বিজয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰেঃ
“सत्यमेव जयति नानृतं सत्येन पन्था विततो देवयानः।
येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधानम्॥”
এই হিতোপদেশটোত প্ৰকাশ কৰা হৈছে যে, সত্যৰ সদায় জয় আৰু অৱশেষত মিছাৰ বিনাশ হয়। সেয়েহে, যি পথত ঋষিসকলে আনন্দ লাভ কৰাৰ লগতে সৰ্বোচ্চ সত্য উপলব্ধি কৰিছিল সকলোৱে সেই পথ অনুসৰণ কৰা উচিত।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
১৯৩০চনৰ এই দিনটোতে দাণ্ডি যাত্ৰা আৰম্ভ হৈছিল। ইয়াৰ সৈতে জড়িত সকলো ব্যক্তিত্বক শ্ৰদ্ধাৰে সোঁৱৰিছো!
सत्यमेव जयति नानृतं सत्येन पन्था विततो देवयानः।
येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधानम्॥”
सन् 1930 में आज ही के दिन दांडी मार्च की शुरुआत हुई थी। इसमें शामिल सभी विभूतियों का श्रद्धापूर्वक स्मरण!
— Narendra Modi (@narendramodi) March 12, 2026
सत्यमेव जयति नानृतं सत्येन पन्था विततो देवयानः।
येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधानम्॥ pic.twitter.com/8xIDgxvx9y


