প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ৮ বছৰত যুৱক-যুৱতীসকলৰ বিকাশ সাধনৰ বাবে লোৱা পদক্ষেপৰ সবিশেষ শ্বেয়াৰ কৰে৷ তেওঁ তেওঁৰ ৱেবছাইট, নমো এপ আৰু মাইগভৰ পৰা এই ক্ষেত্ৰত লোৱা পদক্ষেপৰ সন্দৰ্ভত লিখা প্ৰৱন্ধ আৰু টুইটসমূহ শ্বেয়াৰ কৰে৷

প্ৰধানমন্ত্ৰীয়ে টুইটত কয়,

“ভাৰতৰ যুৱ শক্তি আমাৰ বাবে ডাঙৰ শক্তি৷ আমাৰ যুৱক-যুৱতীসকলে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাৰ লগতে ৰাষ্ট্ৰৰ প্ৰগতিত অৱদান আগবঢ়াইছে৷

এই প্ৰৱন্ধসমূহে যুৱ প্ৰজন্মৰ বিকাশৰ ক্ষেত্ৰত লোৱা মুল পদক্ষেপসমূহক প্ৰতিফলিত কৰিছে৷ #8SaalYuvaShaktiKeNaam”

আমাৰ ৮ বছৰীয়া চৰকাৰে যুৱক-যুৱতীসকলৰ সপোন বাস্তৱ কৰাৰ লগতে তেওঁলোকৰ সম্ভাৱনাক পৰিপূৰ্ণ কৰিছে৷ ইয়াৰ বাবে চাওক…

#8SaalYuvaShaktiKeNaam”

“দেশৰ যুৱ শক্তি নতুন ভাৰতৰ মুলস্তম্ভ আৰু বিগত আঠ বছৰত আমি তেওঁলোকক শক্তিশালী কৰাৰ ক্ষেত্ৰত কোনো ত্ৰুটি ৰখা নাই৷ নতুন শিক্ষা নীতিয়েই হওক বা আইআইটি আৰু আইআইএমৰ প্ৰসাৰেই হওক, নতুন ষ্টাৰ্টআপ আৰু ইউনিকৰ্ণৰ পৰা আদি কৰি খেলো ইণ্ডিয়া কেন্দ্ৰলৈকে, যুৱক-যুৱতীসকলৰ বাবে প্ৰতিটো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India remains among best-performing major economies: S&P Global

Media Coverage

India remains among best-performing major economies: S&P Global
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 এপ্ৰিল 2026
April 19, 2026

Building a Stronger Bharat: Infrastructure Revolution, Economic Resilience & Inclusive Welfare Under PM Modi