প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৃথিৱীৰ ভৱিষ্যতৰ ভেটি হিচাপে অনুশাসন, সেৱা আৰু প্রজ্ঞাৰ সাৰ্বজনীন নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰেঃ
‘সেৱা আৰু নিষ্ঠাৰে কৰা কামবোৰ কেতিয়াও অথলে নাযায়। সংকল্প, নিষ্ঠা আৰু ইতিবাচকতাৰ সৈতে আমি নিজৰ লগতে মানৱতাৰ উপকাৰ কৰিব পাৰো।
सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति ।
सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु॥’
এই হিতোপদেশে প্ৰকাশ কৰিছে যে সাৰ্বজনীন সত্য, কঠোৰ অনুশাসন, সকলোৰে সেৱাৰ প্ৰতিশ্ৰুতি, মিতব্যয়ী জীৱন আৰু গভীৰ প্রজ্ঞাৰ দ্বাৰা পৰিচালিত কাম-কাজ এইবোৰে সমগ্ৰ পৃথিৱীখন বৰ্তাই ৰাখে। আমাৰ অতীত আৰু ভৱিষ্যতক আকাৰ দিয়া এই পৃথিৱীয়ে আমাক বিশাল ভূখণ্ড প্ৰদান কৰক।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
‘সেৱা আৰু নিষ্ঠাৰে কৰা কামবোৰ কেতিয়াও অথলে নাযায়। সংকল্প, নিষ্ঠা আৰু ইতিবাচকতাৰ সৈতে আমি নিজৰ লগতে মানৱতাৰ উপকাৰ কৰিব পাৰো।
सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति ।
सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु॥’
सेवाभाव और सत्यनिष्ठा से किए गए कार्य कभी व्यर्थ नहीं जाते। संकल्प, समर्पण और सकारात्मकता से हम अपने साथ-साथ पूरी मानवता का भी भला कर सकते हैं।
— Narendra Modi (@narendramodi) January 28, 2026
सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति ।
सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु॥ pic.twitter.com/WmxwhrmYpC