প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সম্পূৰ্ণ আৰু বৈজ্ঞানিকভাৱে আধাৰিত জ্ঞানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে। এনে সম্পূৰ্ণ প্ৰকৃত জ্ঞানে এগৰাকী ব্যক্তিক সম্পূৰ্ণতা, স্পষ্টতা আৰু সত্যৰ সৰ্বোচ্চ উপলব্ধিৰ দিশে লৈ যায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এটা প্ৰাচীন সংস্কৃত শ্লোকৰ উদ্ধতি দিয়েঃ
‘ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते।।’
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः।
— Narendra Modi (@narendramodi) February 18, 2026
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते।। pic.twitter.com/049Uzejn2H


