প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা মাহত মন কী বাতৰ খণ্ডত আলোচনা কৰা আকৰ্ষণীয় বিষয়ক লৈ প্ৰস্তুত কৰা এখনি পুস্তিকা শ্বেয়াৰ কৰে৷
টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “অহা সপ্তাহৰ #MannKiBaat অনুষ্ঠানৰ বাবে মই অসংখ্য ইনপুট লাভ কৰিছো৷ যুৱক-যুৱতীকসকলে ইমান সংখ্যাক মতামত শ্বেয়াৰ কৰা দেখি সুখী হৈছো৷ যোৱা মাহত মন কী বাতৰ খণ্ডত আলোচনা কৰা আকৰ্ষণীয় বিষয়ক লৈ এখন পুস্তিকা প্ৰস্তুত কৰা হৈছে৷”
https://davp.nic.in/ebook/mkbhin2022/index.html"
I’ve been getting numerous inputs for the #MannKiBaat programme next week. Happy to see youngsters share their views in large numbers. Here is a booklet on last month’s episode containing interesting articles on the topics discussed. https://t.co/ze3946Stwm
— Narendra Modi (@narendramodi) May 22, 2022


