প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'ব্যৱসায় সহজ কৰি তোলা'ৰ ক্ষেত্ৰত বিগত ৮ বছৰত গৃহীত বিভিন্ন সংস্কাৰমূলক পদক্ষেপৰ বিৱৰণী আৰু ব্যাপক সমৃদ্ধি তথা উদ্যোগশীলতাক প্ৰোৎসাহিত কৰাৰ বাবে বিভিন্ন প্ৰয়াস সকলোৰে সৈতে ভাগ বতৰা কৰিছে। তেওঁ মাইগভৰ পৰা এটা টুইট থ্ৰেড আৰু তেওঁৰ ৱেবছাইট আৰু নমো এপৰ পৰা এই সম্পৰ্কীয় কেইবাটাও প্ৰবন্ধ সকলোৰে সৈতে ভাগ বতৰা কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ

"সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰ'ৰ নীতিৰ দ্বাৰা পৰিচালিত হৈ ভাৰত চৰকাৰে কেইবাটাও সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছে, যি 'ব্যৱসায় সহজ কৰি তোলা'ৰ সহায়ক হৈছে। একে সময়তে, বিকাশৰ পথত বাধা সৃষ্টি কৰা বহুতো পুৰণি আইন বাতিল কৰা হৈছে। #সংস্কাৰৰ ৮বছৰ"

"ব্যাপক সমৃদ্ধি আৰু উদ্যোগশীলতাক উৎসাহিত কৰাৰ বাবে ব্যাপক সংস্কাৰ। #সংস্কাৰৰ ৮বছৰ"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future