“In post-independence India, health infrastructure did not get the required attention for a very long time and citizens had to run from pillar to post for proper treatment, leading to worsening of the condition and financial strain”
“Government at the Center and in the state understands the pain of the poor, downtrodden, oppressed, backward and middle class”
“Through PM Ayushman Bharat Health Infrastructure Mission an entire ecosystem for services from treatment to critical research will be created in every corner of the country”
“PM Ayushman Bharat Health Infrastructure Mission, along with health, is also a medium of aatmnirbharta.”
“Heart of Kashi is the same, the mind is the same, but sincere efforts are being made to improve the body”
“Today, from technology to health, unprecedented facilities are being created in BHU. Young friends from all over the country are coming here for studies”

হৰ-হৰ, মহাদেৱ!

মই আৰম্ভ কৰো এতিয়া আপোনালোকৰ অনুমতি সাপেক্ষে, তেন্তে মই ক'বলৈ আৰম্ভ কৰো। হৰ-হৰ মহাদেৱ, বাবা বিশ্বনাথ, মাতা অন্নপূৰ্ণাৰ নগৰী কাশীৰ পূণ্য ভূমিৰ সকলো বন্ধু আৰু ভগ্নীসকলক প্ৰণাম। দীপাৱলি, দেৱ দীপাৱলি, অন্নকূট, ভইয়াদূজ, প্ৰকাশোৎসৱ আৰু অনাগত ডালা ছঠৰ আপোনালোক সকলোকে বহুত বহুত শুভকামনা। উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, ইউপিৰ শক্তিশালী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মন্দাভিয়া জী, ইউপি চৰকাৰৰ অন্য মন্ত্ৰীগণ, কেন্দ্ৰৰ মোৰ আৰু এজন লগৰীয়া মহেন্দ্ৰনাথ পাণ্ডে জী, ৰাজ্যৰ আৰু এজন মন্ত্ৰী অনিল ৰাজভৰ জী, নীলকন্ঠ তিৱাৰী জী, ৰৱিন্দ্ৰ জয়সৱাল জী, অন্য মন্ত্ৰীগণ, সংসদত মোৰ লগৰীয়া শ্ৰীমতী সীমা দ্বিৱেদী জী, বি পি সৰোজ জী, বাৰাণসীৰ মেয়ৰ শ্ৰীমতী মৃদুলা জয়সৱাল জী, অন্য জনপ্ৰতিনিধিগণ, টেকনলজিৰ মাধ্যমত দেশৰ কোণ কোণৰ পৰা সংযুক্ত হেল্থ প্ৰফেচনেলছ, জিলা হাস্পতাল, মেডিকেল সংস্থা আৰু ইয়াত উপস্থিত বেনাৰসৰ মোৰ ভাই আৰু ভনীসকল।

দেশে কৰোণা মহামাৰীৰে নিজৰ যুঁজত ১০০ কোটি ভেকচিন ড'জৰ ডাঙৰ স্তৰ সম্পূৰ্ণ কৰিলে। বাবা বিশ্বনাথৰ আশীৰ্বাদত, মা গংগাৰ অবিৰল প্ৰতাপেৰে, কাশীবাসীৰ অখণ্ড বিশ্বাসেৰে, সকলোকে ভেকচিন-মুক্ত ভেকচিনৰ অভিযান সফলতাৰে আগবাঢ়ি আছে। মই আপোনালোক সকলো স্বজনক আদৰেৰে বন্দন কৰিছো। আজিয়েই কিছু সময় পূৰ্বে এটা কাৰ্যক্ৰমত মোৰ উত্তৰ প্ৰদেশক ৯খন নতুন মেডিকেল কলেজ অৰ্পণ কৰাৰ সৌভাগ্য হৈছে। ইয়াৰ জৰিয়তে পূৰ্বাঞ্চল আৰু সমগ্ৰ ইউপিৰ কোটি কোটি দুখীয়া, দলিত-পিছপৰা-শোষিত-বঞ্চিতক এনেকুৱা সমাজৰ সকলো বঞ্চিতৰ বহুত লাভ হ'ব, অন্য চহৰৰ ডাঙৰ হাস্পতালৰ বাবে তেওঁলোকৰ যি দৌৰা-ঢাপৰা হৈছিল, সেয়া কম হ'ব।

বন্ধুসকল,

মানসত এটা প্ৰবাদ আছে-

মুক্তি জন্ম মহি জানি, জ্ঞান খানিঅঘ হানিকৰ।

জহঁ বস সম্ভু ভৱানি, সো কাসী সেইঅ কস ন।।

অৰ্থাৎ, কাশীত শিৱ আৰু শক্তিয়ে সাক্ষাৎ নিৱাস কৰে। জ্ঞানৰ ভাণ্ডাৰ কাশীয়ে তো কষ্ট আৰু ক্লেশ উভয়ৰে পৰা মুক্ত কৰে।

তেন্তে স্বাস্থ্যৰে জড়িত ইমান ডাঙৰ যোজনা, ৰোগ-কষ্টৰ পৰা মুক্তিৰ ইমান ডাঙৰ সংকল্প, ইয়াৰ আৰম্ভণিৰ বাবে কাশীতকৈ ভাল ঠাই কি হ'ব পাৰে? কাশীৰ মোৰ ভাই আৰু ভনীসকল, আজি এই মঞ্চত দুটা ডাঙৰ কাৰ্যক্ৰম হৈ আছে। এটা ভাৰত চৰকাৰৰ আৰু সমগ্ৰ ভাৰতৰ বাবে ৬৪ হাজাৰ কোটি টকাতকৈও অধিক ধনৰাশিৰ এই কাৰ্যক্ৰম আজি কাশীৰ পৱিত্ৰ মাটিৰ পৰা লঞ্চ হৈ আছে। আৰু আনটো কাশী আৰু পূৰ্বাঞ্চলৰ বিকাশৰ হাজাৰ হাজাৰ কোটিৰ কাৰ্যক্ৰমৰ লোকাৰ্পণ আৰু একপ্ৰকাৰে মই কওঁ যে প্ৰথমটো কাৰ্যক্ৰম আৰু ইয়াৰ কাৰ্যক্ৰম সকলো মিলাই মই কওঁ আজি প্ৰায় ৭৫ হাজাৰ কোটি টকাৰ কামৰ আজি ইয়াত নিৰ্ণয় বা লোকাৰ্পণ হৈ আছে। কাশীৰ পৰা আৰম্ভ হোৱা এই যোজনাত মহাদেৱৰ আশীৰ্বাদো আছে। আৰু য'ত মহাদেৱৰ আশীৰ্বাদ আছে, তাত তো কল্যাণেই কল্যাণ, সফলতাই সফলতা। আৰু যেতিয়া মহাদেৱৰ আশীৰ্বাদ থাকে তেতিয়া কষ্টৰ পৰা মুক্তিও স্বাভাৱিক।

বন্ধুসকল,

আজি ইউপিসহ সমগ্ৰ দেশৰ হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰক শক্তি দিবৰ বাবে, ভৱিষ্যতে মহামাৰীৰ পৰা ৰক্ষা পাবলৈ আমাৰ প্ৰস্তুতি উচ্চ স্তৰৰ হওক, গাঁও আৰু ব্লক স্তৰলৈকে আমাৰ হেল্থ ছিষ্টেমলৈ আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰতা আহক, ইয়াৰ বাবে আজি কাশীত মোৰ ৬৪ হাজাৰ কোটি টকাৰ আয়ুষ্মান ভাৰত হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ মিছন ৰাষ্ট্ৰক সমৰ্পিত কৰাৰ সৌভাগ্য হৈছে। আজি কাশীৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ সৈতে জড়িত প্ৰায় ৫ হাজাৰ কোটি টকাৰ প্ৰজেক্টৰো লোকাৰ্পণ এতিয়া কৰা হৈছে। ইয়াত পথৰ পৰা আৰম্ভ কৰি ঘাটৰ সৌন্দৰ্য, গংগা জী আৰু বৰুণাৰ পৰিষ্কাৰ কৰণ, দলং, পাৰ্কিং স্থল, বিএইচইউত অনেক সুবিধাৰে জড়িত অনেক প্ৰজেক্ট। উৎসৱৰ এই বতৰত জীৱনক সুগম, সুস্থ আৰু সমৃদ্ধ কৰি তুলিবলৈ কাশীত হৈ থকা এই বিকাশ পৰ্বই একপ্ৰকাৰ সমগ্ৰ দেশক নতুন বল, নতুন শক্তি, নতুন বিশ্বাস দিব। ইয়াৰ বাবে কাশীসহ আজি মই কাশীৰ ভূমিৰ পৰা ১৩০ কোটি দেশবাসীক হিন্দুস্তানৰ প্ৰতিটো প্ৰান্তক, হিন্দুস্তানৰ গাঁওসমূহক, হিন্দুস্তানৰ চহৰসমূহক সকলোকে বহুত বহুত অভিনন্দন!

ভাই আৰু ভনীসকল!

আমাৰ ইয়াত সকলো কামৰ মূল আধাৰ আৰোগ্য বুলি ভবা হয়। শৰীৰৰক সুস্থ ৰাখিবলৈ কৰা বিনিয়োগক সদায় উত্তম বিনিয়োগ বুলি ভবা হয়। কিন্তু স্বাধীনতাৰ পিছৰ দীঘলীয়া সময়ত আৰোগ্যৰ ওপৰত, স্বাস্থ্য সুবিধাৰ ওপৰত সিমান মনোযোগ দিয়া নহৈছিল যিমান দেশৰ প্ৰয়োজন আছিল। দেশত যাৰ দীৰ্ঘ সময় ধৰি চৰকাৰ আছিল, তেওঁলোকে দেশৰ হেল্থ কেয়াৰ ছিষ্টেমৰ সম্পূৰ্ণ বিকাশৰ সলনি তাক সুবিধাৰ পৰা বঞ্চিত ৰাখিলে। গাঁৱত হয় হাস্পতাল নাই, হাস্পতাল আছিল যদিও চিকিৎসা কৰোতা নাছিল। ব্লকৰ হাস্পতাললৈ গ'লেও টেষ্টৰ সুবিধা নাছিল, টেষ্ট হ'লেও ফলাফলক লৈ ভ্ৰান্তি আছিল, সঠিক হোৱাৰ ওপৰত আশংকা। জিলা হাস্পতাললৈ গ'লে গম পায় যে যি গম্ভীৰ ৰোগ ডিটেক্ট হয়, তাততো ছাৰ্জাৰী হ'ব। কিন্তু যি ছাৰ্জাৰী হ'ব লাগে, তাৰ সুবিধাই নাই, সেয়ে আকৌ ডাঙৰ হাস্পতাললৈ দৌৰ, ডাঙৰ হাস্পতালত বেছি ভীৰ, দীঘলীয়া অপেক্ষা। আমি সকলো সাক্ষী যে ৰোগী আৰু তেওঁৰ গোটেই পৰিয়ালে এনেকুৱা পৰিস্থিতিতে ওলমি থাকিবলগীয়া হৈছিল। জীৱন যুদ্ধতে পাৰ হৈছিল, ইয়াৰ জৰিয়তে গম্ভীৰ ৰোগ বেছি বেয়াৰ ফালে গৈছিল, ওপৰৰ পৰা দুখীয়াৰ ওপৰত যি অনাৱশ্যকীয় বোজা পৰিছিল, সেয়া তো আছিলেই।

বন্ধুসকল,

আমাৰ হেল্থ কেয়াৰ ছিষ্টেমত যি ডাঙৰ অভাৱ আছিল, সি দুখীয়া আৰু মিডল ক্লাছত চিকিৎসাক লৈ সদায় হৈ থকা চিন্তা সৃষ্টি কৰিছিল। আয়ুষ্মান ভাৰত হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ মিছন-দেশৰ হেল্থকেয়াৰ ছিষ্টেমৰ এই অভাৱকে দূৰ কৰাৰ এটা সমাধান। ভৱিষ্যতে যিকোনো মহামাৰীৰে মোকাবিলা কৰিবলৈ আমি সাজু থাকিম, সক্ষম হ'ম, ইয়াৰ বাবে নিজৰ হেল্থ ছিষ্টেমক আজি সাজু কৰা হৈছে। চেষ্টা এইটোও কৰা হৈছে যে ৰোগ সোনকালে চিনাক্ত হওক, পৰীক্ষাত পলম নহওক। লক্ষ্য এইটোৱেই যে অনাগত ৪-৫ বছৰত দেশৰ গাঁৱৰ পৰা আৰম্ভ কৰি ব্লক, জিলা, ৰিজনেল আৰু নেচনেল লেভেললৈকে ক্ৰিটিকেল হেল্থকেয়াৰ নেটৱৰ্কক শক্তিশালী কৰা হওক। বিশেষকৈ যিবিলাক ৰাজ্যত স্বাস্থ্য সুবিধাৰ অভাৱ, যি আমাৰ পাহাৰীয়া আৰু নৰ্থ-ইষ্টৰ ৰাজ্য আছে, সিবিলাকৰ ওপৰত আৰু বেছি ফ'কাছ কৰি থকা হৈছে। যেনেকৈ উত্তৰাখণ্ড আছে, হিমাচল আছে।

বন্ধুসকল,

দেশৰ হেল্থ ছেক্টৰৰ বেলেগ বেলেগ গেপছক এড্ৰেছ কৰিবলৈ আয়ুষ্মান ভাৰত হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ মিছনৰ তিনিটা ডাঙৰ পদক্ষেপ আছে। প্ৰথম, ডায়েগ্নষ্টিক আৰু ট্ৰিটমেণ্টৰ বাবে বিস্তৃত সুবিধাৱলীৰ নিৰ্মাণৰ সৈতে জড়িত। ইয়াৰ জৰিয়তে গাঁও আৰু চহৰত হেল্থ এণ্ড ৱেলনেছ ছেক্টৰ খুলি থকা হৈছে, য'ত ৰোগ আৰম্ভণিতে ডিটেক্ট কৰাৰ সুবিধা থাকিব। এই চেণ্টাৰবিলাকত ফ্ৰী মেডিকেল কনছালটেচন, ফ্ৰী টেষ্ট, ফ্ৰী ঔষধৰ দৰে সুবিধাৱলী পোৱা যাব। সময়মতে ৰোগৰ বিষয়ে জানিব পাৰিলে ৰোগ গম্ভীৰ হোৱাৰ আশংকা কম হ'ব। গম্ভীৰ ৰোগৰ স্থিতিত তাৰ চিকিৎসাৰ বাবে ৬০০তকৈও অধিক জিলাত, ক্ৰিটিকেল কেয়াৰৰ সৈতে জড়িত ৩৫ হাজাৰতকৈ অধিক নতুন বিছনা নিৰ্মাণ কৰা হ'ব। বাকী প্ৰায় দেৰশ জিলাত ৰেফাৰেলৰ সুবিধা দিয়া হ'ব। ৰাষ্ট্ৰীয় স্তৰত ইয়াৰ বাবে ট্ৰেইনিং আৰু কেপাচিটী বিল্ডিঙৰ বাবে ১২খন কেন্দ্ৰীয় হাস্পতালত জৰুৰী সুবিধাৱলী বিকশিত কৰাতো কাম হৈ আছে। এই যোজনাৰ জৰিয়তে ৰাজ্যসমূহতো ছাৰ্জাৰীৰ সৈতে জড়িত নেটৱৰ্ক শক্তিশালী কৰিবলৈ ২৪×৭ চলিবলগীয়া ১৫ ইমাৰ্জেঞ্চী অপাৰেচন চেণ্টাৰো নিৰ্মাণ কৰা হ'ব।

বন্ধুসকল,

যোজনাৰ দ্বিতীয় পদক্ষেপ, ৰোগৰ পৰীক্ষাৰ বাবে টেষ্টিং নেটৱৰ্কৰে জড়িত। এই মিছনৰ জৰিয়তে ৰোগৰ পৰীক্ষা, তাৰ চোৱাচিতা কেনেকৈ হ'ব, তাৰ বাবে জৰুৰী ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিকাশ কৰা হ'ব। দেশৰ ৭৩০খন জিলাত ইণ্টেগ্ৰেটেড পাব্লিক হেল্থ লেব আৰু দেশত চিহ্নিত চাৰেতিনি হাজাৰ ব্লকত, ব্লক পাব্লিক হেল্থ ইউনিট বনোৱা হ'ব। ৫টা ৰিজনেল নেচনেল চেণ্টাৰছ ফৰ ডিজিজ কণ্ট্ৰ'ল, ২০টা মেট্ৰোপলিটান ইউনিট আৰু ১৫টা বিএছএল লেবেও এই নেটৱৰ্কক আৰু শক্তিশালী কৰিব।

ভাই আৰু ভনীসকল,

এই মিছনৰ তৃতীয় পদক্ষেপ মহামাৰীৰে জড়িত ৰিছাৰ্চ সংস্থাৰ বিস্তাৰৰ, সিবিলাকক শক্তিশালী কৰি তোলাৰ। এই সময়ত দেশত ৮০টা ভাইৰেল ডায়েগ্নষ্টিক আৰু ৰিছাৰ্চ লেব আছে। এইবিলাকক আৰু ভাল কৰা হ'ব। মহামাৰীত বায়'ছেফ্টি লেভেল-৩ৰ লেব লাগে। এনেকুৱা ১৫টা লেবক অপাৰেচনেল কৰা হ'ব। ইয়াৰ উপৰিও দেশত ৪টা নতুন নেচনেল ইনষ্টিটিউট অফ ভাইৰলজী আৰু এটা নেচনেল ইনষ্টিটিউট ফৰ ৱান হেল্থো স্থাপন কৰা হৈছে। দক্ষিণ এছিয়াৰ বাবে ডব্লিউএইচঅ'ৰ ৰিজনেল ৰিছাৰ্চ প্লেটফৰ্মেও ৰিছাৰ্চৰ এই নেটৱৰ্কক শক্তিশালী কৰিব। অৰ্থাৎ আয়ুষ্মান ভাৰত হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ মিছনৰ মাধ্যমত দেশৰ বিভিন্ন প্ৰান্তত চিকিৎসাৰ পৰা আৰম্ভ কৰি ক্ৰিটিকেল ৰিছাৰ্চলৈকে এটা সম্পূৰ্ণ ইক'ছিষ্টেম বিকশিত কৰা হ'ব।

বন্ধুসকল,

এনেয়ে এই কাম কেইবাদশক পূৰ্বে হৈ যাব লাগিছিল। কিন্তু অৱস্থা কি তাৰ বৰ্ণনা কৰা মোৰ দৰকাৰ নাই। আমি যোৱা ৭ বছৰ ধৰি একেৰাহে সংস্কাৰ কৰি আছো কিন্তু এতিয়া এক বহুত ডাঙৰ স্কেলত, বহুত ডাঙৰ এগ্ৰেছিভ এপ্ৰ'চৰ সৈতে এই কাম কৰিব লাগিব। কিছুদিন আগতে আপোনালোকে হয়তো দেখিছে মই দিল্লীত সমগ্ৰ দেশৰ বাবে এক গতি শক্তি এক বহুত ডাঙৰ দেশব্যাপি ইনফ্ৰাষ্ট্ৰাকচাৰৰ সৈতে জড়িত কাৰ্যক্ৰম লঞ্চ কৰিছিলো। আজি এয়া দ্বিতীয়টো, প্ৰায় ৬৪ হাজাৰ কোটি টকাৰ হেল্থক লৈয়েই, আৰোগ্যক লৈয়েই, ৰোগৰ বিৰুদ্ধে যুঁজিবৰ বাবে, দেশৰ প্ৰত্যেক নাগৰিকক সুস্থ ৰাখিবৰ বাবে ইমান ডাঙৰ এটা মিছন লৈ আজি কাশীৰ ভূমিৰ পৰা আমি দেশজুৰি ওলাই আছো।

বন্ধুসকল,

যেতিয়া এনেকুৱা হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ হয়, তেতিয়া ইয়াৰ ফলত হেল্থ ছাৰ্ভিচ তো ভাল হয়েই, ইয়াৰ জৰিয়তে ৰোজগাৰৰো এটা সম্পূৰ্ণ বাতাবৰণ বিকশিত হয়। ডাক্তৰ, পেৰামেডিকছ, লেব, ফাৰ্মাচী, চাফচিকুনতা, অফিচ, ট্ৰেভেল-ট্ৰেন্সপ'ৰ্ট, খোৱা-বোৱা, এনেকুৱা বহু ধৰণৰ ৰোজগাৰ এই যোজনাৰ জৰিয়তে হ'ব। আমি দেখিছো যে এখন ডাঙৰ হাস্পতাল হ'লে, তাৰ আশেপাশে এখন সম্পূৰ্ণ চহৰ বহি যায়। যি হাস্পতালৰ সৈতে জড়িত কামকাজৰ জীৱিকাৰ কেন্দ্ৰ হৈ পৰে। বহুত ডাঙৰ অৰ্থনৈতিক কামকাজৰ কেন্দ্ৰ হৈ পৰে। আৰু সেয়ে আয়ুষ্মান ভাৰত হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ মিছন, স্বাস্থ্যৰ লগতে অৰ্থনৈতিক আত্মনিৰ্ভৰতাৰো মাধ্যম। এয়া এক হলিষ্টিক হেল্থকেয়াৰৰ বাবে হৈ থকা প্ৰয়াসৰ এটা পদক্ষেপ। হলিষ্টিক হেল্থকেয়াৰ অৰ্থাৎ যি সকলোৰে বাবে সুলভ, যি সস্তা আৰু সকলোৰে উপলব্ধ, হলিষ্টিক হেল্থকেয়াৰ অৰ্থাৎ য'ত স্বাস্থ্যৰ লগতে ৱেলনেছৰ ওপৰতো ফ'কাছ হয়। স্বচ্ছ ভাৰত অভিযান, জল জীৱন মিছন, উজ্জ্বলা যোজনা, পোষণ অভিযান, মিছন ইন্দ্ৰধনুষ, এনেকুৱা অনেক অভিযানে দেশৰ কোটি কোটি দুখীয়াক ৰোগৰ পৰা বচাইছে, তেওঁলোকক ৰোগ হোৱাৰ পৰা বচাইছে। আয়ুষ্মান ভাৰত যোজনাই দুই কোটিৰো অধিক দুখীয়াৰ হাস্পতালত বিনামূলীয়া চিকিৎসাও কৰাইছে। চিকিৎসাৰ সৈতে জড়িত বহু বিপদ আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ জৰিয়তে সমাধান কৰা হৈছে।

ভাই আৰু ভনীসকল,

আমাৰ আগতে বছৰ বছৰ ধৰি যি চৰকাৰত আছিল, তেওঁলোকৰ বাবে স্বাস্থ্য সেৱা, পইচা উপাৰ্জন কৰা, দুৰ্নীতিৰ মাধ্যম আছিল। দুখীয়াৰ কষ্ট দেখিও তেওঁলোক তাৰ পৰা আঁতৰি গৈছিল। আজি কেন্দ্ৰ আৰু ৰাজ্যত যি চৰকাৰ আছে, যি দুখীয়া, দলিত, শোষিত-বঞ্চিত, পিছপৰা, মধ্যশ্ৰেণী সকলোৰে দুখ বুজে। দেশত স্বাস্থ্য সুবিধাৱলী ভাল কৰিবলৈ আমি দিন-ৰাতি এক কৰি আছো। আগতে জনসাধাৰণৰ পইচা দুৰ্নীতিত গৈছিল, এনেকুৱা মানুহৰ বাকচলৈ গৈছিল, আজি ডাঙৰ ডাঙৰ প্ৰজেক্টত পইচা লাগি আছে। সেয়ে আজি ইতিহাসৰ সবাতোকৈ ডাঙৰ মহামাৰীৰেও দেশে মোকাবিলা কৰি আছে আৰু আত্মনিৰ্ভৰ ভাৰতৰ বাবে লাখ লাখ কোটি টকাৰ ইনফ্ৰাষ্ট্ৰাকচাৰো বনাই আছে।

বন্ধুসকল,

মেডিকেল সুবিধাৱলী বঢ়াবলৈ বহুত আৱশ্যকীয় হয় যে, ডাক্তৰ আৰু পেৰামেডিকেল ষ্টাফৰ সংখ্যাও সিমানেই দ্ৰুতগতিত বাঢ়িব লাগে। ইউপিত যি দ্ৰুততাৰে নতুন মেডিকেল কলেজ খুলি থকা হৈছে, তাৰ বহুত ভাল প্ৰভাৱ মেডিকেলৰ ছিট আৰু ডাক্তৰৰ সংখ্যাৰ ওপৰত পৰিব। অধিক ছিট হোৱা বাবে এতিয়া দুখীয়া পিতৃ-মাতৃৰ সন্তানেও ডাক্তৰ হোৱাৰ সপোন দেখিব পাৰিব আৰু তাক সম্পূৰ্ণ কৰিব পাৰিব।

ভাই আৰু ভনীসকল,

স্বাধীনতাৰ পিছত ৭০ বছৰত দেশত যিমান ডাক্তৰ মেডিকেল কলেজৰ পৰা পঢ়ি ওলাইছে, তাতকৈ অধিক ডাক্তৰ অহা ১০-১২ বছৰত দেশে লাভ কৰিবলৈ গৈ আছে। অৰ্থাৎ নতুন ভাৰত আছে য'ত, অভাৱতকৈ আগবাঢ়ি গৈ প্ৰতিটো আকাংক্ষা পূৰণৰ বাবে দিনে-নিশাই কাম কৰি থকা হৈছে।

ভাই আৰু ভনীসকল,

অতীতত লাগে দেশতেই হওক বা উত্তৰ প্ৰদেশতেই হওক, যেনেদৰে কাম হৈছিল, যদি তেনেকৈয়ে কাম হ'লহেঁতেন তেন্তে কাশীৰ অৱস্থা কি হ'লহেঁতেন। যিমান কাম বাৰানসীত যোৱা ৭ বছৰত হৈছে, সিমান কাম যোৱা কেইবাদশকত হোৱা নাছিল।

ভাই আৰু ভনীসকল,

ৰিংৰোডৰ অভাৱত কাশীত জামৰ কি অৱস্থা হৈছিল, ইয়াক আপোনালোকে বছৰ বছৰ ধৰি অনুভৱ কৰিছিল। এতিয়া ৰিংৰোড হোৱাত প্ৰয়াগৰাজ, লক্ষ্ণৌ, চুলতানপুৰ, আজমগড়, গাজীপুৰ, গোৰখপুৰ, দিল্লী, কলকাতা, ক'ৰবালৈ অহাযোৱা কৰিবলগা হ'লে চহৰলৈ আহি চহৰীয়া লোকক অসুবিধা দিয়াৰ প্ৰয়োজন নহয়। ইয়াৰ ফলত যাত্ৰা তো সহজ হ'বই, বেপাৰ-বাণিজ্যই গতি লাভ কৰিব, ট্ৰেন্সপ'ৰ্টৰ মূল্য কম হ'ব।

ভাই আৰু ভনীসকল,

যেতিয়ালৈকে দেশত এটা ডেডিকেটেড ইনফ্ৰাষ্ট্ৰাকচাৰৰ নিৰ্মাণ নহয়, তেতিয়ালৈকে বিকাশৰ গতি আধৰুৱা হৈ থাকে। বৰুণা নদীৰ ওপৰত দুখন দলং হোৱাত কেইবাজনো গাঁৱৰ বাবে এতিয়া চহৰলৈ অহাযোৱাটো সহজ হৈছে। পথ, দলং, পাৰ্কিং স্থলৰ সৈতে জড়িত এনেকুৱা অনেক প্ৰজেক্ট আজি কাশীবাসীক সমৰ্পিত কৰা হৈছে, যাৰ ফলত চহৰ আৰু কাষৰীয়া জীৱন আৰু অধিক সুগম হ'ব। ৰে'লৱেই ষ্টেচনত হোৱা আধুনিক এগজিকিউটিভ লঞ্জৰ জৰিয়তে যাত্ৰীসকলৰ সুচলতা আৰু বাঢ়িব।

বন্ধুসকল,

গংগা জীৰ স্বচ্ছতা আৰু নিৰ্মলতাৰ বাবে যোৱা বছৰবিলাকত ব্যাপক কাম কৰা হৈছে, যাৰ পৰিণাম আজি আমি অনুভৱ কৰি আছো। এতিয়া ৰামনগৰত ৫টা নলেৰে প্ৰবাহিত ছিৱেজক ট্ৰিট কৰিবলৈ আধুনিক ট্ৰিটমেণ্ট প্লাণ্টে কাম কৰিবলৈ আৰম্ভ কৰিছে। গংগা জীয়েই নহয়, বৰং বৰুণাৰ স্বচ্ছতাক লৈও প্ৰাথমিকতাৰ আধাৰত কাম হৈ আছে। বৰুণাৰ দুয়োটা পাৰ পাথৱে, ৰেলিং, লাইটিং, পকা ঘাট, চিৰি, এনেকুৱা অনেক সুবিধাৰ নিৰ্মাণ সম্পূৰ্ণ হৈ আছে।

বন্ধুসকল,

কাশী আধ্যাত্মিকতাৰ লগতে গ্ৰামীণ অৰ্থনৈতিক ব্যৱস্থাৰো এক বিশেষ কেন্দ্ৰ। কাশীসহ সমগ্ৰ পূৰ্বাঞ্চলৰ কৃষকৰ শস্য দেশ-বিদেশৰ বজাৰ পোৱাবলৈ যোৱা বছৰবিলাকত অনেক সুবিধা বিকশিত হৈছে। শাহেনশাহপুৰত বায়'-চিএনজি প্লাণ্ট হ'লে বায়' গেছো পাব আৰু হাজাৰ হাজাৰ মেট্ৰিক টন অৰ্গেনিক সাৰো কৃষকে লাভ কৰিব।

ভাই আৰু ভনীসকল,

যোৱা বছৰবিলাকৰ আৰু এটা ডাঙৰ অভিজ্ঞতা কাশীৰ হৈছে যে, সেয়া হৈছে বিএইচইউৰ আকৌ পৃথিৱীত শ্ৰেষ্ঠতাৰ দিশত অগ্ৰসৰ হোৱা। আজি টেকনলজিৰ পৰা হেল্থলৈকে, বিএইচইউত অভূতপূৰ্ব সুবিধাৱলী সৃষ্টি হৈ আছে। দেশজুৰি ইয়ালৈ যুৱক-যুৱতীয় বন্ধুসকল পঢ়িবলৈ আহি আছে। বিশেষকৈ বহুত ছাত্ৰীৰ বাবে যি হোষ্টেলৰ সুবিধা সৃষ্টি হৈছে, তাৰ জৰিয়তে মালব্য জীৰ ভিজনক সাকাৰ কৰাত অধিক শক্তি পোৱা যাব।

ভাই আৰু ভনীসকল,

বিকাশৰ এই সকলো প্ৰজেক্টে আত্মনিৰ্ভৰতাৰ আমাৰ সংকল্পক সিদ্ধ কৰিব। চৰকাৰৰ প্ৰয়াসত যোৱা ৫ বছৰত বাৰাণসীত খাদী আৰু অন্য কুটীৰ উদ্যোগৰ উৎপাদনত প্ৰায় ৬০% আৰু বিক্ৰীত প্ৰায় ৯০%ৰ বৃদ্ধি হৈছে। সেয়ে মই আকৌ এবাৰ ইয়াৰ পৰা সকলো দেশবাসীক আবেদন জনাম যে এই দীপাৱলিত আমি, আমাৰ এই বন্ধুসকলৰো মনত ৰাখিব লাগিব। নিজৰ ঘৰ সজোৱাৰ পৰা নিজৰ কাপোৰ আৰু দীপাৱলিৰ বন্তিলৈকে, লোকেলৰ বাবে আমি ভোকেল হ'ব লাগিব। আৰু যেতিয়া মই লোকেলৰ বাবে ভোকেলৰ কথা কওঁ, তেতিয়া মই দেখিছো যে আমাৰ টিভিৰ লোকসকলেও কেৱল মাটিৰ বন্তিহে দেখুৱায়। ভোকেল ফৰ লোকেল কেৱল বন্তিতে সীমাবদ্ধ নহয় ভাই, প্ৰতিটো বস্তুতে সেই সামগ্ৰী য'ত মোৰ দেশবাসীৰ ঘাম আছে, যি সামগ্ৰীত মোৰ দেশৰ মাটিৰ সুগন্ধ আছে, সেয়া মোৰ বাবে। আৰু এবাৰ যদি আমাৰ অভ্যাস হৈ যায় দেশৰ সামগ্ৰী ক্ৰয় কৰাৰ তেতিয়া উৎপাদনো বাঢ়িব, ৰোজগাৰো বাঢ়িব, দুখীয়াতকৈও দুখীয়াই কামো পাব আৰু এই কাম সকলোৱে লগ হৈ কৰিব পাৰে, সকলোৰে প্ৰয়াসত বহুত ডাঙৰ পৰিৱৰ্তন আমি আনিব পাৰো।

বন্ধুসকল,

এবাৰ আকৌ আয়ুষ্মান ভাৰত হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ মিছনৰ বাবে সমগ্ৰ দেশক আৰু বিকাশৰ অনেক প্ৰজেক্টৰ বাবে কাশীক বহুত বহুত অভিনন্দন। আপোনালোক সকলোকে অনাগত সকলো উৎসৱৰ বাবে আকৌ এবাৰ অনেক অনেক অগ্ৰিম শুভকামনা। বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
 PLI schemes attract over Rs 2.16 lakh crore investment, generate 14.39 lakh jobs

Media Coverage

PLI schemes attract over Rs 2.16 lakh crore investment, generate 14.39 lakh jobs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Uttar Pradesh has now emerged as one of the states with the highest number of international airports in India: PM Modi in Jewar
March 28, 2026
The inauguration of Phase-I of Noida International Airport marks a major step in Uttar Pradesh’s growth story and India’s aviation future: PM
UP has now emerged as one of the states with the highest number of international airports in India: PM
Airports are not just basic facilities in any country, they give wings to progress: PM
Our government is making unprecedented investments in modern infrastructure to build a Viksit Bharat: PM

भारत माता की जय।

भारत माता की जय।

भारत माता की जय।

उद्धघाटन हो गया? उद्धघाटन हो गया? नहीं, अभी आधा काम हुआ है। मैंने सिर्फ वो पर्दा हटाया है, लेकिन मैं आज चाहता हूं इस एयरपोर्ट का उद्धघाटन यहां जो भी उपस्थित हैं, आप सब करें, और इसलिए आप अपना मोबाइल फोन निकालिये, अपने मोबाइल फोन का फ्लैश लाईट कीजिए और आपका इसका उद्धघाटन कर रहे हैं। आप दीया जलाकर के यहां उपस्थित हर व्यक्ति, आज इस एयरपोर्ट का उद्धघाटन कर रहा है। ये आपकी अमानत है, ये आपका भविष्य है, ये आपका पुरूषार्थ है और इसलिए इसका उद्धघाटन भी आपके हाथों से हो रहा है, आप अपने भारत माता की जय बोलकर के, हाथ ऊपर करके, फ्लैश लाईट पूरी तरह से दिखाइये। भारत माता जी जय। भारत माता जी जय। भारत माता जी जय। बहुत-बहुत धन्यवाद। अब उद्धघाटन हो गया।

उत्तरप्रदेश की राज्यपाल आनंदीबेन पटेल, यहां के मुख्यमंत्री योगी आदित्यनाथ जी, उप-मुख्यमंत्री केशव प्रसाद मौर्या, ब्रजेश पाठक, केंद्रीय मंत्रिमंडल के मेरे सहयोगी श्री राममोहन नायडू जी, पंकज चौधरी जी, ज्यूरिक एयरपोर्ट के चेयरमैन जोसेफ फेल्डर जी, अन्य मंत्रिगण, सांसद, विधायक, अन्य महानुभाव और मेरे प्यारे भाइयों और बहनों।

मैं देख रहा हूं, आज जहां भी मेरी नजर पड़ रही है, सारे युवा मुझे नजर आ रहे हैं, उत्साह से भरे युवा हैं, जोश से भरे हुए युवा हैं, क्योंकि इन युवाओं को पता है, ये जो काम हो रहा है ना, ये नौजवानों के भविष्य को नई उड़ान देने वाला काम हो रहा है। आज हम विकसित यूपी-विकसित भारत अभियान का एक नया अध्याय शुरू कर रहे हैं। देश का सबसे बड़ा प्रदेश, आज देश के सबसे अधिक इंटरनेशनल एयरपोर्ट्स वाले राज्यों में से एक हो गया है। और आज मेरे लिए गर्व और प्रसन्नता के दो कारण हैं। एक तो ये है कि इस एयरपोर्ट का शिलान्यास भी करने का सौभाग्य आप सबने मुझे दिया था और आप सबने इस एयरपोर्ट के उद्धघाटन का सौभाग्य भी मुझे दिया, लेकिन मैंने उस सौभाग्य को आपके साथ बांट दिया और आपके हाथों से उद्धघाटन करवा दिया। दूसरा, जिस उत्तर प्रदेश ने मुझे अपना प्रतिनिधि चुना, जिस उत्तर प्रदेश ने मुझे सांसद बनाया, उसकी पहचान के साथ, उस उत्तर प्रदेश की पहचान के साथ इस भव्य एयरपोर्ट का नाम भी जुड़ गया है।

साथियों,

नोएडा का ये एयरपोर्ट, आगरा, मथुरा, अलीगढ़, गाजियाबाद, मेरठ, इटावा, बुलंदशहर, फरीदाबाद, इस पूरे क्षेत्र को बहुत बड़ा लाभ होने वाला है। हिन्दुस्तान को और उत्तर प्रदेश को तो होना ही होना है। ये एयरपोर्ट पश्चिमी उत्तर प्रदेश के किसानों, छोटे और लघु उद्योगों, यहां के नौजवानों के लिए, अनेक नए अवसर लेकर आने वाला है। यहां से दुनिया के लिए विमान तो उड़ेंगे ही, साथ ही, ये विकसित उत्तर प्रदेश की उड़ान का भी प्रतीक बनेगा। मैं उत्तर प्रदेश को, विशेष रूप से पश्चिम उत्तर प्रदेश की जनता को इस भव्य एयरपोर्ट के लिए बहुत-बहुत बधाई देता हूं।

साथियों,

आज का ये कार्यक्रम, भारत के नए मिज़ाज का प्रतीक है। आप सभी देख रहे हैं कि आज पूरा विश्व कितना चिंतित है। पश्चिम एशिया में एक महीने से युद्ध चल रहा है। युद्ध की वजह से कई सारे देशों में खाने-पीने के सामान, पेट्रोल-डीज़ल-गैस, खाद, ऐसी कई ज़रूरी चीज़ों का चारो तरफ संकट पैदा हो गया है। हर देश इस संकट का सामना करने के लिए कुछ न कुछ कोशिश कर रहा है, प्रयास कर रहा है। और हमारा भारत भी इस संकट का पूरी शक्ति से मुकाबला कर रहा है, देशवासियों की ताकत के भरोसे कर रहा है। भारत तो बहुत बड़ी मात्रा में कच्चा तेल और गैस, ये जहां युद्ध चल रह है ना, इस युद्ध से प्रभावित इलाके से मंगाता रहा है। इसलिए सरकार हर वो कदम उठा रही है, जिससे सामान्य परिवारों पर, हमारे किसान भाई-बहनों पर, इस संकट का बोझ न पड़े।

साथियों,

संकट के इस समय में भी, भारत ने अपने तेज़ विकास को निरंतर जारी रखा है। मैं सिर्फ पश्चिमी उत्तर प्रदेश की ही बात करुं, तो पिछले कुछ सप्ताह में ही, ये चौथा बड़ा प्रोजेक्ट है, जिसका शिलान्यास या लोकार्पण हुआ है। इन कुछ ही सप्ताह में, इस दौरान नोएडा में बहुत बड़ी सेमीकंडक्टर फैक्ट्री का शिलान्यास हुआ, इसी कालखड में देश की पहली दिल्ली-मेरठ नमो-भारत ट्रेन ने गति पकड़ी, इसी कालखंड में मेरठ मेट्रो का विस्तार किया गया, और इतने कम समय में आज नोएडा इंटरनेशनल एयरपोर्ट का आप सबके हाथों से उद्धघाटन भी हो गया।

साथियों,

ये सारे प्रोजेक्ट्स, यूपी के विकास के लिए, डबल इंजन सरकार के प्रयासों का शानदार उदाहरण हैं। सेमीकंडक्टर फैक्ट्री, भारत को टेक्नोलॉजी में आत्मनिर्भर बना रही है। मेरठ मेट्रो और नमो भारत रेल, तेज और स्मार्ट कनेक्टिविटी दे रही है। और ये हमारा जेवर एयरपोर्ट, पूरे उत्तर भारत को दुनिया से जोड़ रहा है। और आपने अभी वीडियो में देखा, ये ऐसा एयरपोर्ट बन रहा है, हर दो मिनट में एक जहाज उड़ेगा, हर दो मिनट में एक जहाज उड़ेगा। पहले सपा वालों ने नोएडा को अपनी लूट का ATM बना लिया था। लेकिन आज भाजपा सरकार में वही नोएडा, यूपी के विकास का सशक्त इंजन बन रहा है।

साथियों,

जेवर का ये एयरपोर्ट, डबल इंजन सरकार की कार्यसंस्कृति का भी बहुत अच्छा उदाहरण है। अब आप सोचिये, इस एयरपोर्ट को अटल बिहारी वाजपेयी जी की सरकार ने 2003 में ही फाइल में मंजूरी दे दी थी। 2003 में, आपमें से बहुत होंगे जिसका जन्म नहीं हुआ होगा, बहुत वो लोग होंगे जो उस समय 25-30 साल के 35 साल के हुए होंगे और आज रिटायर भी हो गए, लेकिन एयरपोर्ट नहीं बना। लेकिन केंद्र में कांग्रेस और यहां की पहले की सरकारों ने सालों तक इस एयरपोर्ट की नींव तक नहीं पड़ने दी। 2004 से 2014 तक ये एयरपोर्ट फाइलों में ही दबा रहा। जब हमारी सरकार बनी तो यूपी में सपा की सरकार थी। शुरु के दो-तीन सालों में सपा वालों ने इस पर काम नहीं होने दिया। लेकिन जैसे ही यहां भाजपा-NDA की सरकार बनी, दिल्ली में भाजपा-एनडीए की सरकार बनी, तो जेवर एयरपोर्ट की नींव भी पड़ी, निर्माण भी हुआ और अब ये शुरु भी हो गया है।

साथियों,

एयरपोर्ट के अलावा ये क्षेत्र देश के दो बड़े फ्रेट कॉरिडोर्स का भी हब बन रहा है। ये फ्रेट कॉरिडोर मालगाड़ियों के लिए बिछाई गई स्पेशल पटरियां हैं। इससे उत्तर भारत की बंगाल और गुजरात के समंदर से कनेक्टिविटी बेहतर हो गई है। और दादरी वो स्थान है जहां ये दोनों कॉरिडोर्स आपस में मिलते हैं। यानी यहां किसान जो उगाते हैं, यहां उद्योग जो कुछ बनाते हैं, वो जमीन से, हवाई मार्ग से, दुनिया के कोने-कोने तक तेज़ी से जा पाएगा। ऐसी मल्टी-मोडल कनेक्टिविटी के कारण, यूपी दुनियाभर के निवेशकों के लिए बहुत बड़ा आकर्षण बन रहा है।

साथियों,

जिस नोएडा को पहले अंधविश्वास के कारण अपने हाल पर छोड़ दिया गया था, कुर्सी जाने के डर से पहले के सत्ताधारी यहां आने से डरते थे, मुझे याद है यहां की सपा सरकार थी और मैंने नोएडा आने का कार्यक्रम बनाया, तो मुख्यमंत्री इतने डरे हुए थे कि वो उस कार्यक्रम में नहीं आए और मुझे भी डराने की लोगों ने कोशिश की, कि नोएडा मत जाओ मोदी जी, अभी-अभी प्रधानमंत्री बने हो। मैंने कहा इस धरती का आशीर्वाद लेने जा रहा हूं, जो मुझे लंबे अर्से तक सेवा करने का मौका देगा। अब वही इलाका पूरी दुनिया का स्वागत करने के लिए तैयार है। ये पूरा क्षेत्र, आत्मनिर्भर भारत के संकल्प को सशक्त कर रहा है।

साथियों,

इस क्षेत्र की अर्थव्यवस्था में, खेती-किसानी का बहुत महत्व है। मैं आज उन मेरे किसान भाई-बहनों का विशेष रूप से आभार व्यक्त करता हूं, जिन्होंने इस प्रोजेक्ट को साकार करने के लिए अपनी जमीनें दी है। उन किसानों के लिए जोरदार तालियां बजाइये दोस्तों, मेरे किसान भाई-बहनों के लिए जोरदार तालियां बजाइये। मेरे किसान भाई-बहन, आपके इस योगदान से ही, इस पूरे क्षेत्र में विकास का एक नया दौर शुरु होने जा रहा है। आधुनिक कनेक्टिविटी का जो विस्तार यहां हो रहा है, उससे पश्चिमी यूपी में फूड प्रोसेसिंग की संभावनाओं को और बल मिलेगा। अब यहां के कृषि उत्पाद दुनिया के बाज़ारों में और बेहतर तरीके से जा पाएंगे।

साथियों,

यहां मैं अपने किसान साथियों का एक और बात के लिए भी आभार व्यक्त करना चाहता हूं। आपके गन्ने से जो इथेनॉल बनाया गया है, उससे कच्चे तेल, कच्चे तेल पर देश की निर्भरता कम हुई है। अगर इथेनॉल का उत्पादन ना बढ़ता, पेट्रोल में उसकी ब्लेंडिंग ना बढ़ती, तो देश को हर वर्ष साढ़े चार करोड़ बैरल, साढ़े चार करोड़ बैरल यानी लगभग 700 करोड़ लीटर कच्चा तेल विदेशों से मंगवाना पड़ता। किसानों के परिश्रम ने देश को इस संकट के समय में इतनी बड़ी राहत दी है।

साथियों,

इथेनॉल से देश को तो फायदा हुआ ही है, किसानों को भी बहुत बड़ा लाभ हुआ है। इससे करीब डेढ़ लाख करोड़ रुपए की विदेशी मुद्रा बची है। यानी इथेनॉल न बनाते तो ये पैसा विदेश जाना जय था। बीते वर्षों में इतना सारा पैसा, देश के किसानों को मिला है, गन्ना किसानों को मिला है।

साथियों,

यहां के गन्ना किसानों ने तो पहले के वो दिन भी देखे हैं, जब कई-कई सालों तक गन्ने का बकाया लटका रहता था। लेकिन आज भाजपा की डबल इंजन सरकार के प्रयासों से गन्ना किसानों की स्थिति बेहतर हुई है।

साथियों,

किसी भी देश में एयरपोर्ट सिर्फ एक सामान्य सुविधा नहीं होता। ये एयरपोर्ट प्रगति को भी उड़ान देते हैं। साल 2014 से पहले, देश में सिर्फ 74 एयरपोर्ट थे। आज 160 से अधिक एयरपोर्ट्स देश में हैं। अब महानगरों के अलावा, देश के छोटे-छोटे शहरों में भी हवाई कनेक्टिविटी पहुंच रही है। पहले जो सरकारें रही हैं, वे मानती थीं कि हवाई यात्रा सिर्फ अमीरों के लिए ही होनी चाहिए। लेकिन भाजपा सरकार ने, सामान्य भारतीय के लिए हवाई यात्रा को आसान बना दिया है। हमारी सरकार ने उत्तर प्रदेश में हवाई अड्डों के नेटवर्क का तेज़ी से विस्तार करते हुए उनकी संख्या बढ़ाकर सत्रह कर दी है।

साथियों,

भाजपा सरकार का निंरतर प्रयास रहा है कि एयरपोर्ट भी बने और किराया-भाड़ा भी सामान्य परिवारों की पहुंच में रहे। इसलिए, हमने उड़ान योजना शुरु की थी। इस स्कीम के कारण, बीते कुछ सालों में एक करोड़ साठ लाख से अधिक देशवासियों ने उड़ान योजना से टिकट लेकर सस्ती दरों पर हवाई यात्रा की है। और मैं आपको एक और जानकारी देना चाहता हूं। हाल में ही केंद्र सरकार ने उड़ान योजना को और विस्तार दिया है। इसके लिए लगभग 29 हज़ार करोड़ रुपए की स्वीकृति दी गई है। आने वाले वर्षों में इसके तहत, छोटे-छोटे शहरों में 100 नए एयरपोर्ट और 200 नए हेलीपैड बनाने की योजना है। यूपी को भी इससे बहुत अधिक लाभ होगा।

साथियों,

भारत का एविएशन सेक्टर, बहुत तेज़ से गति और विकास कर रहा है। जैसे-जैसे भारत में नए-नए एयरपोर्ट बन रहे हैं, वैसे-वैसे नए हवाई जहाज़ों की ज़रूरत भी बढ़ती जा रही है। इसलिए देश की अलग-अलग एयरलाइन्स ने सैकड़ों नए जहाजों के ऑर्डर दिए हैं। ये जो नई सुविधाएं हैं, नए जहाज आ रहे हैं, इनको उड़ाने वाले, इनमें सर्विस देने वाले, मेंटनेस से जुड़े, ऐसे हर काम के लिए बहुत बड़ी संख्या में वर्कफोर्स की ज़रूरत रहेगी। ये युवाओं के लिए बहुत बड़ा अवसर है। इसलिए हमारी सरकार, एविएशन सेक्टर में ट्रेनिंग की सुविधाओं का भी विस्तार कर रही है।

साथियों,

आप जब अपनी कोई गाड़ी खरीदते हैं, तो ये जरूर देखते हैं कि उस गाड़ी बनाने वाली कंपनी का सर्विसिंग सेंटर आसपास है या नहीं है। आप जानकर हैरान हो जाएंगे कि हमारे देश में हवाई जहाजों की सर्विसिंग, यानी उनके मैंटनेंस, रिपेयर एंड ओवरहॉल की पुख्ता व्यवस्थाएं ही नहीं थीं। भारत के 85 एयरपोर्ट, 85 परसेंट हवाई जहाजों को आज भी मैंटनेंस, रिपेयर एंड ओवरहॉल यानी MRO के लिए, इस काम के लिए विदेश भेजना पड़ता है। इसलिए हमारी सरकार ने ठाना है कि MRO सेक्टर में भी भारत को आत्मनिर्भर बनाएंगे। अब भारत में ही, बहुत बड़े पैमाने पर MRO सुविधाएं विकसित की जा रही हैं। आज यहां जेवर में भी MRO सुविधा का शिलान्यास हुआ है। ये सुविधा जब तैयार हो जाएगी, तो ये देश-विदेश के विमानों को सेवा देगी। इससे देश को कमाई भी होगी, हमारा पैसा भी देश में ही रहेगा, और युवाओं को अनेक रोजगार भी मिलेंगे।

साथियों,

आज हमारी सरकार की प्राथमिकता देश के नागरिकों की सुविधा है। देश के नागरिक का समय बचे और उसकी जेब पर ज्यादा बोझ भी न पड़े, ये हमारा लक्ष्य है। मेट्रो और वंदे भारत जैसी आधुनिक रेल सेवाओं का इसी भाव से ही विस्तार किया जा रहा है। दिल्ली-मेरठ नमो भारत रेल, इसका कितना फायदा हो रहा है, ये भी हम सब देख रहे हें। अभी तक नमो भारत, ढाई करोड़ से अधिक लोग सफर कर चुके हैं। दिल्ली-मेरठ के जिस सफर में पहले घंटों लग जाते थे, अब वो सफर मिनटों में ही पूरा हो रहा है।

साथियों,

विकसित भारत के विकसित आधुनिक इंफ्रास्ट्रक्चर पर हमारी सरकार अभूतपूर्व निवेश कर रही है। बीते 11 वर्षों में इंफ्रास्ट्रक्चर का बजट छह गुणा से अधिक बढ़ाया गया है। इन वर्षों में 17 लाख करोड़ रुपये हाईवे और एक्सप्रेसवे पर खर्च किए गए हैं, एक लाख किलोमीटर से अधिक के हाईवे का निर्माण किया गया है। 2014 तक रेलवे में सिर्फ 20 हजार किलोमीटर रूट का बिजलीकरण हुआ था। जबकि 2014 के बाद से 40 हजार किलोमीटर से ज्यादा रेलवे ट्रैक का बिजलीकरण किया गया है। आज ब्रॉडगेज नेटवर्क का लगभग शत-प्रतिशत बिजलीकरण हो चुका है। आज कश्मीर घाटी हो या नॉर्थ ईस्ट की राजधानियां, ये पहली बार रेल नेटवर्क से जुड़ रही हैं। पोर्ट यानी बंदरगाहों की क्षमता, बीते दशक में दोगुने से अधिक हुई है। देश में नदी जलमार्गों की संख्या भी लगातार बढ़ रही है। विकसित भारत के निर्माण के लिए जरूरी हर क्षेत्र में भारत तेज़ी से काम कर रहा है।

साथियों,

विकसित भारत बनाने के लिए सबका प्रयास बहुत ज़रूरी है। ये आवश्यक है कि 140 करोड़ देशवासी कड़े से कड़ा परिश्रम करे, और वैश्विक संकटों का एकजुट होकर सामना करें। अभी जो युद्ध चल रहा है, इससे पैदा हुए संकटों का सामना कैसे करना है, इसके बारे में मैंने संसद में भी विस्तार से बताया है। मेरी कल देश के सभी मुख्यमंत्रियों से भी लंबी चर्चा हुई है और बड़ी सकारात्मक चर्चा हुई है। मैं आज आप सभी जनता-जनार्दन से फिर कहूंगा, मैं देशवासियों से फिर से कहूंगा। हमें शांत मन से, धैर्य के साथ, एकजुटता के साथ, मिल जुलकर के, इस संकट का सामना करना है। ये पूरे विश्व में परेशानी पैदा करने वाला संकट है। हमें अपने देश की सबसे ज्यादा चिंता करनी है। और यही हम भारतीयों की सबसे बड़ी ताकत है। मैं यूपी के, देश के सभी राजनीतिक दलों से भी आग्रहपूर्वक कहना चाहता हूं, विनती पूर्वक कहना चाहता हूं, इस प्रकार के संकट में ऐसी बातें करने से बचें, जो देश के लिए नुकसानदायक हैं। जो भारतीयों के हक में है, जो भारत के हित में है, वही भारत सरकार की नीति और रणनीति है। राजनीति के लिए गलत बयानबाज़ी करने वाले, राजनीतिक बहस में तो कुछ नंबर पा लेंगे, लेकिन देश को नुकसान पहुंचाने वाली हरकतों को देश की जनता कभी माफ नहीं करती। कोरोना के महासंकट के दौरान भी, कुछ लोगों ने अफवाहें फैलाईं, वैक्सीन को लेकर झूठ बोले, ताकि सरकार का काम मुश्किल हो, देश को नुकसान हो। परिणाम क्या हुआ? जनता ने चुनावों के दौरान ऐसी राजनीति को नकार दिया, ठुकरा दिया। मुझे पूरा भरोसा है, कि देश के सभी राजनीतिक दल भी इससे सबक सीखेंगे और देश के एकजुट प्रयासों को वो बल देंगे, ताकत देंगे। इसी आग्रह के साथ, एक बार फिर से उत्तर प्रदेश को इस शानदार एयरपोर्ट के लिए बहुत-बहुत शुभकामनाएं।

मेरे साथ बोलिये-

भारत माता की जय!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

बहुत-बहुत धन्यवाद।