সহযোগিতা, সংঘবদ্ধ প্ৰয়াস আৰু মাৰ বান্ধি কাম কৰিবলৈ আগুৱাই অহাৰ বাবে ৰাজ্যসমূহক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনালে মুখ্যমন্ত্ৰীসকলে
মহাৰাষ্ট্ৰ আৰু কেৰালাত সংক্ৰমণৰ বৃদ্ধিৰ প্ৰৱণতা অব্যাহত থকা কথা নিতান্তই চিন্তা উদ্ৰেককাৰী : প্ৰধানমন্ত্ৰী
পৰীক্ষণ-অনুসৰণ, চিকিত্সা আৰু টীকাকৰণ সময়-সিদ্ধ আৰু প্ৰমাণিত ৰণকৌশল-প্ৰধানমন্ত্ৰী
সাম্ভাৱ্য তৃতীয় লহৰ প্ৰতিৰোধ কৰাৰ বাবে আমি সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছো : প্ৰধানমন্ত্ৰী
আন্তঃগাঁথনিৰ অভাৱ পূৰণ কৰক, বিশেষকৈ গ্ৰামাঞ্চলত থকা অভাৱ আঁতৰোৱাত মনোনিৱেশ কৰক : প্ৰধানমন্ত্ৰী
ক’ৰোনাৰ অন্ত পৰা নাই, ‘তলা-মুকলি’ৰ পৰৱৰ্তি পৰিস্থিতিত প্ৰদৰ্শিত আচৰণ নিতান্তই উদ্ৰেকসৃষ্টিকাৰী : প্ৰধানমন্ত্ৰী

ক’ভিড সম্পৰ্কীয় পৰিস্থিতি সন্দৰ্ভত তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, ওড়িশা, মহাৰাষ্ট্ৰ আৰু কেৰালাৰ মুখ্যমন্ত্ৰীকেইগৰাকীৰে এক আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী। আলোচনা সভাখনত কেন্দ্ৰীয় গৃহ মন্ত্ৰী, স্বাস্থ্য মন্ত্ৰীয়েও অংশ গ্ৰহণ কৰে। ক’ভিড পৰিস্থিতি চম্ভলাৰ ক্ষেত্ৰত সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰীসকলে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে প্ৰতিষেধক প্ৰদান অভিযানৰ অগ্ৰগতি আৰু ক’ৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যসমূহত গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কীয় যাৱতীয় তথ্য প্ৰধানমন্ত্ৰীক অৱগত কৰে। আলোচনা কালত তেওঁলোকে প্ৰতিষেধক প্ৰদান অভিযানত গ্ৰহণ কৰা কৌশল সন্দৰ্ভত ৰাইজৰ মতামত সন্দৰ্ভতো তথ্য দাঙি ধৰে।

অদূৰ ভৱিষ্যতে সংক্ৰমণ বৃদ্ধি পোৱাৰ দৰে পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ চিকিত্সা আন্তঃগাঁথনিৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে তেনে পৰিস্থিতিত গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সন্দৰ্ভত আলোচনা কৰাৰ উপৰি কেতবোৰ দিহা-পৰামৰ্শও আগবঢ়ায়। ক’ভিড-উত্তৰ কালত আক্ৰান্তসকলে সন্মুখীন হোৱা সমস্যা আৰু এনে পৰিস্থিতিত সহায় কৰিব পৰাকৈ গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সন্দৰ্ভতো তেওঁলোকে আলোচনা কৰে।

আলোচনাৰ অন্তত প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীয়ে ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা, সংঘবদ্ধ প্ৰয়াস আৰু মাৰ বান্ধি কাম কৰিবলৈ আগুৱাই অহাৰ বাবে ৰাজ্যসমূহক ভূয়সী প্ৰশংসা কৰে। অৱশ্যে, তেওঁ বিগত সময়ছোৱাত ব্যাপক অভিযান চলোৱাৰ পিচতো ‘মহাৰাষ্ট্ৰ আৰু কেৰালাত সংক্ৰমণৰ বৃদ্ধিৰ প্ৰৱণতা অব্যাহত থকা কথাই নিতান্তই চিন্তা উদ্ৰেক কৰিছে’ বুলিও অভিমত ব্যক্ত কৰে।

প্ৰসংগক্ৰমে প্ৰাধানমন্ত্ৰীয়ে ‘পৰীক্ষণ-অনুসৰণ, চিকিত্সা আৰু টীকাকৰণক সময়-সিদ্ধ আৰু প্ৰমাণিত ৰণ-কৌশল’ বুলিয়ে অভিহিত কৰে। তেওঁ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত সৰু সৰু গোটত ‘মাইক্ৰ কণ্টেইনমেণ্ট জ’ন’ স্থাপন কৰা কৌশলটো সময় উপযোগী বুলি অভিহিত কৰি এই ব্যৱস্থাত বিশেষ গুৰুত্ব প্ৰদানৰ পোষকতা কৰে।

‘সাম্ভাৱ্য তৃতীয় লহৰ প্ৰতিৰোধ কৰাৰ বাবে আমি সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছো’ বুলি  উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে অলপতে ২৩,০০০টা ‘ক’ভিড-ৰেছপঞ্চ পেকেজ’ অনুমোদন দিয়া হৈছে বুলি তথ্য দাঙি ধৰে। তেওঁ ৰাজ্যসমূহক এই ‘পেকেজ’ৰ পুঁজি চিকিত্সা আন্তঃগাঁথনি নিৰ্মাণত ব্যৱহাৰ কৰাত গুৰুত্ব আৰোপ কৰিবলৈও পৰামৰ্শ দিয়ে। এই প্ৰসংগত মন্তব্য কৰি তেওঁ কয়, ‘আন্তঃগাঁথনিৰ অভাৱ পূৰণ কৰক, বিশেষকৈ গ্ৰামাঞ্চলত থকা অভাৱ আঁতৰোৱাত মনোনিৱেশ কৰক’।

ইফালে, ‘ক’ৰোনাৰ অন্ত পৰা নাই, ‘তলা-মুকলি’ৰ পৰৱৰ্তি পৰিস্থিতিত প্ৰদৰ্শিত আচৰণ নিতান্তই উদ্ৰেকসৃষ্টিকাৰী’ বুলি অভিমত ব্যক্ত কৰা প্ৰধানমন্ত্ৰীয়ে ক’ভিড-নিৰাময়োচিত আচৰণ অব্যাহত ৰখাৰ প্ৰসংগত গুৰুত্ব আৰোপ কৰে। তেওঁ গাঁও-চহৰাঞ্চলৰ জনবসতিপূৰ্ণ এলেকাসমূহত জন-সমাগম নিয়ন্ত্ৰণৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰাৰ লগতে ব্যাপক জন সজাগতা সৃষ্টিৰ ক্ষেত্ৰত ৰাজনৈতিক দল, সামাজিক সংগঠন, স্বেচ্ছাসেৱী সংগঠন আদিক ভূমিকা পালনৰ বাবে আহ্বান জনায়।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Government e-Marketplace Generates Rs 1.76 Lakh Crore In Net Social Savings Over Three Years: IIT Delhi Study

Media Coverage

Government e-Marketplace Generates Rs 1.76 Lakh Crore In Net Social Savings Over Three Years: IIT Delhi Study
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to brave participants of the Quit India Movement
August 09, 2026

Prime Minister Shri Narendra Modi has remembered all those who participated in the historic Quit India Movement and paid tribute to their courage and determination in India’s freedom struggle. Shri Modi said that inspired by the leadership of Mahatma Gandhi, the clarion call of the Quit India Movement infused new energy into the freedom struggle and reflected the unwavering resolve of the people of India to break free from colonial rule.

The Prime Minister posted on X:

Remembering all those who participated in the historic Quit India Movement. Their courage will always remain an inspiration for every Indian. Inspired by the leadership of Mahatma Gandhi Ji, the clarion call of Quit India infused new energy into our freedom struggle and reflected the unwavering determination of our people to break free from colonial rule.