প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বালাচাহেব থাকৰেৰ জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে বালাচাহেব থাকৰে এজন প্ৰতিভাশালী ব্যক্তি আছিল আৰু তেওঁৰ প্ৰভাৱ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক আৰু সাংস্কৃতিক দৃশ্যপটত অতুলনীয় হৈ আছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছিল;

"বালাচাহেব থাকৰেজীৰ জয়ন্তীত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছো। তেওঁ এগৰাকীপ্ৰতিভাশালী ব্যক্তি আছিল, যাৰ প্ৰভাৱ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক আৰু সাংস্কৃতিক দৃশ্যপটত অতুলনীয় হৈ আছে। তেওঁৰ নেতৃত্ব, আদৰ্শৰ প্ৰতি সমৰ্পণ আৰু দৰিদ্ৰ তথা দলিত লোকসকলৰ হকে মাত মতাৰ প্ৰতিশ্ৰুতিৰ বাবে অগণন লোকৰ হৃদয়ত তেওঁ অমৰ হৈ আছে।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Microsoft opens its largest India data centre hub as AI race heats up

Media Coverage

Microsoft opens its largest India data centre hub as AI race heats up
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
নিঃস্বাৰ্থ সেৱাৰ মনোভাবৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
August 07, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিঃস্বাৰ্থ সেৱা আৰু ইয়াৰ বিনিময়ত একো আশা নকৰাকৈ আনৰ কল্যাণৰ বাবে কাম কৰাৰ মহান আদৰ্শৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ

"किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥"

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥