প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাই ৰামৰ ঐশ্বৰিক মন্ত্ৰৰ মাজত অন্ধ্ৰপ্ৰদেশৰ পুট্টাপৰ্থীত উপস্থিত হয় আৰু তেওঁক উষ্ম আদৰণি জনোৱা হয়।
প্ৰধানমন্ত্ৰীয়ে প্ৰশান্তি নিলয়মৰ সাই কুলৱন্ত হলত শ্ৰী সত্য সাই বাবাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তাৰ পাছত দৰ্শনৰ বাবে ওমকাৰ হললৈ যায়। তেওঁ কয় যে এই পবিত্ৰ স্থানসমূহত উপস্থিত হ’লে শ্ৰী সত্য সাই বাবাৰ অসীম সহানুভূতি আৰু মানৱতাৰ উত্থানৰ বাবে জীৱনজোৰা প্ৰতিশ্ৰুতিৰ কথা মনত পেলাই দিয়ে। তেওঁ লগতে কয় যে শ্ৰী সত্য সাই বাবাৰ নিঃস্বাৰ্থ সেৱাৰ বাৰ্তাই লাখ লাখ লোকক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে।
প্ৰধানমন্ত্ৰীয়ে শ্ৰী সত্য সাই চেণ্ট্ৰেল ট্ৰাষ্টৰ দ্বাৰা আয়োজিত গো দান অনুষ্ঠানতো অংশগ্ৰহণ কৰে, যিয়ে পশু কল্যাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কামকে ধৰি কেইবাটাও মহৎ পদক্ষেপ গ্ৰহণ কৰিছে। অনুষ্ঠানৰ অংশ হিচাপে কৃষকসকলক গীৰ গৰুকে ধৰি গৰু প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে সকলোৱে শ্ৰী সত্য সাই বাবাৰ আদৰ্শ অনুসৰণ কৰি সমাজৰ কল্যাণৰ বাবে কাম কৰিব লাগিব।
এক্সত এটা পৃথক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
‘সাই ৰামৰ ঐশ্বৰিক মন্ত্ৰোচ্চাৰণৰ মাজত অতি উষ্ম আদৰণিৰে অন্ধ্ৰপ্ৰদেশৰ পুট্টাপৰ্থীত উপস্থিত হৈছিলো।’
Amidst the divine chants of Sai Ram, reached Puttaparthi, Andhra Pradesh to a very warm welcome. pic.twitter.com/ZIZiIGIe1p
— Narendra Modi (@narendramodi) November 19, 2025
‘প্ৰশান্তি নিলয়মৰ সাই কুলৱন্ত হলত শ্ৰী সত্য সাই বাবাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দৰ্শনৰ বাবে ওমকাৰ হললৈ গৈছিলো। এই পবিত্ৰ স্থানসমূহত উপস্থিত হ’লে শ্ৰী সত্য সাই বাবাৰ অসীম সহানুভূতি আৰু মানৱতাৰ উত্থানৰ বাবে জীৱনজোৰা প্ৰতিশ্ৰুতিৰ কথা মনত পেলাই দিয়ে। তেওঁৰ নিঃস্বাৰ্থ সেৱাৰ বাৰ্তাই লাখ লাখ লোকক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে।’
Paid homage to Sri Sathya Sai Baba at the Sai Kulwant Hall, Prasanthi Nilayam and went to Omkar Hall for Darshan. Being in these sacred spaces is a reminder of his boundless compassion and lifelong commitment to uplifting humanity. His message of selfless service continues to… pic.twitter.com/mbRwsUNbIu
— Narendra Modi (@narendramodi) November 19, 2025
‘তেওঁলোকে কৰি থকা বহুতো মহৎ কামৰ ভিতৰত, শ্ৰী সত্য সাই কেন্দ্ৰীয় ন্যাসে পশু কল্যাণৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। আজি গো দান অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলো, য’ত কৃষকসকলক গৰু দিয়া হৈছে। তলৰ ছবিবোৰৰ গৰুবোৰ হৈছে গীৰ গৰু! শ্ৰী সত্য সাই বাবাই দেখুওৱাৰ দৰে আমি সকলোৱে যেন আমাৰ সমাজৰ কল্যাণৰ বাবে কাম কৰি থাকো।’
Among the many noble deeds they are doing, the Sri Sathya Sai Central Trust has focused greatly on animal welfare. Today, took part in the Gaudan Ceremony, in which farmers are being given cows. The cows in the pictures below are Gir Cows! May we all keep working for the welfare… pic.twitter.com/f3ULiaME5X
— Narendra Modi (@narendramodi) November 19, 2025
సాయిరామ్ యొక్క పవిత్ర మంత్రోచ్ఛారణల మధ్య ఆంధ్రప్రదేశ్లోని పుట్టపర్తికి చేరుకున్న నాకు ఘనస్వాగతం లభించింది. pic.twitter.com/gsAjUM30lu
— Narendra Modi (@narendramodi) November 19, 2025
ప్రశాంతి నిలయంలోని సాయి కుల్వంత్ హాల్లో శ్రీ సత్యసాయి బాబాకు నివాళులు అర్పించి, అనంతరం దర్శనార్థం ఓంకార్ హాల్కు వెళ్లాను. ఈ పవిత్ర స్థలంలో ఉండటం, ఆయన అపారమైన కరుణను మరియు మానవతా సేవ కోసం జీవితాంతం చేసిన నిరంతర కృషిని మరలా గుర్తు చేస్తుంది. ఆయన నిస్వార్థ సేవా సిద్ధాంతం కోట్లాది… pic.twitter.com/zMwwA6zPhj
— Narendra Modi (@narendramodi) November 19, 2025
శ్రీ సత్యసాయి కేంద్రీయ ట్రస్ట్ చేస్తున్న అనేక సత్కార్యాలలో జంతు సంరక్షణ ప్రత్యేకంగా నిలుస్తుంది. ఈరోజు గోదాన కార్యక్రమంలో పాల్గొని రైతులకు గోవులను ఇవ్వడం జరిగింది. క్రింది చిత్రాల్లో కనిపిస్తున్న ఆవులు గిర్ జాతికి చెందినవి! శ్రీ సత్యసాయి బాబా నిర్దేశించిన మార్గంలో మనమందరం సమాజ… pic.twitter.com/vbTtO8nUAQ
— Narendra Modi (@narendramodi) November 19, 2025
పుట్టపర్తి, శ్రీ సత్యసాయి బాబా శత జయంతి వేడుకల్లో పాల్గొనడం గొప్ప గౌరవంగా భావిస్తున్నాను. కార్యక్రమంలోని కొన్ని దృశ్యాలను మీతో పంచుకుంటున్నాను. pic.twitter.com/zVwL6FOHTe
— Narendra Modi (@narendramodi) November 19, 2025


