প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত আমি গৱেষণা, উদ্ভাৱন আৰু বৈজ্ঞানিক কৌতূহলৰ মনোভাৱক উদযাপন কৰোঁ , যিয়ে আমাৰ দেশখনক আগুৱাই লৈ গৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে, “এই দিনটো ছাৰ চি ভি ৰমণে ৰমণ  ইফেক্টৰ যুগান্তকাৰী আৱিষ্কাৰৰ স্মৃতিত উদযাপন কৰা হয়”। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই আৱিষ্কাৰে ভাৰতীয় গৱেষণাক বিশ্বৰ মানচিত্ৰত দৃঢ়ভাৱে স্থান দিছে।

প্ৰধানমন্ত্ৰীয়ে পুনৰ দৃঢ়তাৰে কয় যে আমাৰ যুৱক-যুৱতীসকলৰ সবলীকৰণ, গৱেষণাৰ পৰিৱেশতন্ত্ৰ শক্তিশালী কৰা , ৰাষ্ট্ৰীয় উন্নয়ন তথা বিশ্বৰ মংগলৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰ কৰাটো  আমাৰ সংকল্প।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে;

আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত আমি আমাৰ দেশখনক  আগুৱাই নিয়া গৱেষণা, উদ্ভাৱন আৰু বৈজ্ঞানিক কৌতূহলৰ মনোভাৱক উদযাপন কৰিছো।

এই দিৱস  ছাৰ চি ভি ৰমনৰ ৰমন ইফেক্টৰ যুগান্তকাৰী আৱিষ্কাৰৰ স্মৃতিত উদযাপন কৰা হয়। এই আৱিষ্কাৰে ভাৰতীয় গৱেষণাক বিশ্বৰ মানচিত্ৰত দৃঢ়ভাৱে স্থান দিছিল।

আমি আমাৰ যুৱক-যুৱতীসকলৰ সবলীকৰণ, গৱেষণাৰ পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰা আৰু ৰাষ্ট্ৰীয় উন্নয়ন তথা বিশ্ব মংগলৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ সংকল্প পুনৰ দৃঢ় কৰিছো।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Teachers: The artists of education

Media Coverage

Teachers: The artists of education
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ছেপ্টেম্বৰ 2026
September 07, 2026

Vasudhaiva Kutumbakam in Action: Tech Hub, Border Villages, Global Leadership by PM Modi