প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছৰ ৪x৪০০ মিক্সড ৰীলেত ৰূপৰ পদক লাভ কৰা ভাৰতীয় দলটোৰ মহম্মদ আজমল, ভিথ্য়া ৰামৰাজ, ৰাজেশ ৰমেশ আৰু ভেংকটেশ শুভাক অভিনন্দন জনায়। 

প্ৰধানমন্ত্ৰীয়ে Xত পোষ্ট কৰে:

"এছিয়ান গেমছৰ ৪x৪০০ মিক্সড ৰীলেত অতুলনীয় প্ৰদৰ্শনেৰে আমাৰ এথলীটসকলে ৰূপৰ পদক আনিছে। 

এই দৰ্শনীয় জয়ৰ বাবে মহম্মদ আজমল, ভিথ্য়া ৰামৰাজ, ৰাজেশ ৰমেশ আৰু ভেংকটেশ শুভাক অভিনন্দন! তেওঁলোকৰ দলীয় প্ৰদৰ্শন উৎকৃষ্ট আছিল।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Give mothers, sisters their due rights’: PM Modi pushes for women's reservation from the ramparts of Red Fort

Media Coverage

‘Give mothers, sisters their due rights’: PM Modi pushes for women's reservation from the ramparts of Red Fort
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 আগষ্ট 2026
August 16, 2026

Aatmanirbhar Ambitions Meet Global Alliances: The Modi Doctrine in Action