প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাটনাৰ দিনকৰ গোলম্বৰত ৰাষ্ট্ৰকবি ৰামধাৰী সিং দীনকৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে বিহাৰৰ গৌৰৱ ৰাষ্ট্ৰকবি ৰামধাৰী সিং দীনকৰৰ প্ৰভাৱশালী ৰচনাসমূহে নাগৰিকসকলক মা ভাৰতীৰ সেৱাৰ প্ৰতি সদায় অনুপ্ৰাণিত কৰি আহিছে। তেওঁ কয় যে আজি পাটনাত কিংবদন্তি কবিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ পোৱাটো পৰম সৌভাগ্যৰ কথা।
প্ৰধানমন্ত্ৰীয়ে এইদৰে লিখিছেঃ
"বিহাৰৰ গৌৰৱ ৰাষ্ট্ৰকবি ৰামধাৰী সিং দীনকৰৰ প্ৰভাৱশালী ৰচনাসমূহে নাগৰিকসকলক মা ভাৰতীৰ সেৱাৰ প্ৰতি সদায় অনুপ্ৰাণিত কৰি আহিছে। আজি পাটনাত কিংবদন্তি কবিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ পোৱাটো পৰম সৌভাগ্যৰ কথা।"
बिहार की धरती के गौरव राष्ट्रकवि रामधारी सिंह दिनकर जी की ओजस्वी रचनाओं ने देशवासियों को मां भारती की सेवा के लिए सदैव प्रेरित किया है। आज पटना में दिनकर गोलंबर पर उन्हें श्रद्धांजलि अर्पित करने का सौभाग्य प्राप्त हुआ। pic.twitter.com/vERCOEU5hi
— Narendra Modi (@narendramodi) November 2, 2025


