প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী চন্দ্ৰশেখৰৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইটযোগে শ্ৰদ্ধা নিবেদন কৰি কয় -
"প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী চন্দ্ৰশেখৰজীৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ আমাৰ দেশলৈ অশেষ অৱদান আগবঢ়াই গৈছে আৰু সকলো ৰাজনৈতিক মতাদৰ্শৰ লোকৰ পৰাই তেওঁ আকুণ্ঠ সন্মান লাভ কৰিছিল। তেওঁ সমাজখনক অতি নিষ্ঠাৰে সেৱা আগবঢ়াইছিল আৰু দৰিদ্ৰতা দূৰ কৰিবলৈ অহৰ্নিশে কাম কৰিছিল।
Tributes to former PM Shri Chandra Shekhar Ji on his birth anniversary. He made a rich contribution to our nation and was widely respected across the political spectrum. He served society with utmost dedication and worked to remove poverty.
— Narendra Modi (@narendramodi) April 17, 2023


