প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ ৰাম মনোহৰ লোহিয়াৰ জন্মজয়ন্তীত তেওঁক এগৰাকী দূৰদৰ্শী নেতা, এজন প্ৰখৰ স্বাধীনতা সংগ্ৰামী আৰু সামাজিক ন্যায়ৰ পুৰোধা হিচাপে স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত লিখিছে;

"ড০ ৰাম মনোহৰ লোহিয়াক তেওঁৰ জন্ম জয়ন্তীত স্মৰণ কৰিছোঁ। এগৰাকী দূৰদৰ্শী নেতা, প্ৰখৰ স্বাধীনতা সংগ্ৰামী আৰু সামাজিক ন্যায়ৰ পুৰোধা, তেওঁ দুখীয়া-বঞ্চিতসকলক শক্তিসমৃদ্ধ কৰাৰ লগতে এখন শক্তিশালী ভাৰত গঢ়ি তোলাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future