প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাত্মা ফুলেৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু মানৱতাৰ এগৰাকী প্ৰকৃত সেৱক হিচাপে তেওঁক প্ৰশংসা কৰে।
তেওঁ এক্স-ৰ এটা পোষ্টত লিখিছেঃ
"মানৱতাৰ প্ৰকৃত সেৱক মহাত্মা ফুলেৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ সমাজৰ নিপীড়িত আৰু বঞ্চিত শ্ৰেণীৰ কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। ৰাষ্ট্ৰলৈ তেওঁৰ অমূল্য অৱদানে প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।"
मानवता के सच्चे सेवक महात्मा फुले को उनकी जयंती पर सादर नमन। उन्होंने समाज के शोषित और वंचित वर्गों के कल्याण के लिए अपना जीवन समर्पित कर दिया। देश के लिए उनका अमूल्य योगदान हर पीढ़ी को प्रेरित करता रहेगा। pic.twitter.com/ENHDuU5bSq
— Narendra Modi (@narendramodi) April 11, 2025


