প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাজা অগ্ৰসেন জীৰ জয়ন্তী উপলক্ষে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"মহাৰাজা অগ্ৰসেন জীলৈ তেওঁৰ জন্ম বাৰ্ষিকীত সন্মানপূৰ্বক শ্ৰদ্ধাঞ্জলি। তেওঁৰ সমগ্ৰ জীৱন সামাজিক ন্যায় আৰু ঐক্যৰ প্ৰতীক। তেওঁৰ সদিচ্ছা আৰু পাৰস্পৰিক ভাতৃত্ববোধৰ বাৰ্তাই দেশবাসীক সদায় অনুপ্ৰাণিত কৰিব।"
महाराजा अग्रसेन जी की जयंती पर उन्हें सादर नमन। उनका संपूर्ण जीवन सामाजिक न्याय और एकता का प्रतीक है। सद्भावना और आपसी भाईचारे का उनका संदेश देशवासियों को सदैव प्रेरित करता रहेगा।
— Narendra Modi (@narendramodi) September 22, 2025


