২০০১ চনৰ সংসদ আক্ৰমণত শ্বহীদ হোৱা লোকসকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

 

‘এক্স’-ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:

"২০০১ চনৰ সংসদ আক্ৰমণত শ্বহীদ হোৱা সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ ত্যাগে আমাৰ দেশক চিৰদিনৰ বাবে অনুপ্ৰাণিত কৰি ৰাখিব। তেওঁলোকৰ সাহস আৰু নিষ্ঠাৰ বাবে আমি চিৰকৃতজ্ঞ হৈ থাকিম।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s march towards self-reliance in med-tech

Media Coverage

India’s march towards self-reliance in med-tech
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 07 আগষ্ট 2026
August 07, 2026

Viksit Bharat Accelerating: 4x Data Centres, Record EV Sales, Ethanol Validation & Northeast Connectivity Under PM Modi’s Watch