প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাসৱ জয়ন্তী উপলক্ষে জগৎগুৰু বাসবেশ্বৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে কয় যে বাসৱ জয়ন্তীৰ বিশেষ অনুষ্ঠানত তেওঁ জগৎগুৰু বাসবেশ্বৰ আৰু তেওঁৰ যুগজয়ী শিক্ষাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেওঁ কয় যে বাসবেশ্বৰৰ ন্যায়পূর্ণ সামাজিক দৃষ্টিভংগীৰ লগতে জনসাধাৰণক শক্তিশালী কৰাৰ বাবে তেওঁৰ অটল প্ৰচেষ্টাই সদায় আমাক অনুপ্ৰাণিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে;

‘বাসৱ জয়ন্তীৰ বিশেষ অনুষ্ঠানত জগৎগুৰু বাসবেশ্বৰ আৰু তেওঁৰ যুগজয়ী শিক্ষাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁৰ ন্যায়পূর্ণ সামাজিক দৃষ্টিভংগীৰ লগতে জনসাধাৰণক শক্তিশালী কৰাৰ বাবে তেওঁৰ অটল প্ৰচেষ্টাই আমাক সদায় অনুপ্ৰাণিত কৰিব।’

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
500 ethanol pumps by year-end: Union minister Hardeep Singh Puri

Media Coverage

500 ethanol pumps by year-end: Union minister Hardeep Singh Puri
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
UK Foreign Secretary meets Prime Minister
June 04, 2026

UK Foreign Secretary Yvette Cooper today met Prime Minister Shri Narendra Modi.

The Prime Minister expressed his pleasure upon the meeting and appreciated the deepening of the India-UK partnership in recent times which has unlocked unprecedented growth opportunities for both countries.

The Prime Minister affirmed that the India-UK Vision 2035 will continue to guide the partnership and strengthen joint efforts for the global good.

The Prime Minister posted on X:

"Pleased to meet UK Foreign Secretary Yvette Cooper. Appreciated the deepening of the India-UK partnership in recent times that has unlocked unprecedented growth opportunities for both our countries.

India-UK Vision 2035 will continue to guide our partnership and strengthen our joint efforts for global good.@YvetteCooperMP"