প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱন চৌহদত ড° বাবাচাহেব আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে;
“আজি সংসদ ভৱন চৌহদত ড০ বাবাচাহেব আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।”
Paid homage to Dr. Babasaheb Ambedkar in the Parliament complex earlier today. pic.twitter.com/KihvxHy0Oj
— Narendra Modi (@narendramodi) April 14, 2026


