Share
 
Comments

জন্ম বাৰ্ষিকী উপলক্ষে বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধা নিবেদন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "জন্ম বাৰ্ষিকীত মানৱ অধিকাৰ আৰু মুক্তি সংগ্ৰামৰ অগ্ৰদূত বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছো। তেওঁ সকলো ভাৰতীয়ৰ বাবেও এজন নায়ক। ঐতিহাসিক #MujibBorsho celebrations ত অংশগ্ৰহণৰ অৰ্থে এই মাহৰ শেষত বাংলাদেশ ভ্ৰমণ মোৰ বাবে সন্মানৰ কথা হ’ব।"

 

সেৱা আৰু সমৰ্পণৰ ২০ বছৰক সূচিত কৰা ২০ খন আলোকচিত্ৰ
Explore More
It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi

Popular Speeches

It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi
Forex reserves up by USD 1.492 billion to USD 641 billion

Media Coverage

Forex reserves up by USD 1.492 billion to USD 641 billion
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Share
 
Comments

Join Live for Mann Ki Baat