নৱৰাত্ৰি শুভ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱী মাক সকলো নাগৰিকৰ কল্যাণ আৰু উত্থানৰ বাবে তেওঁৰ ঐশ্বৰিক আশীৰ্বাদ কামনা কৰি আন্তৰিকতাৰে পূজা অৰ্চনা কৰে।

এক্সত এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“"মই মাতৃ দেৱীৰ চৰণত প্ৰণাম আৰু পূজা অৰ্চনা কৰিছো! দেৱী মাক দুখ দূৰ কৰি সকলোৰে জীৱনত নতুন উজ্জ্বল সঞ্চাৰ কৰিবলৈ প্ৰাৰ্থনা কৰোঁ।"

দেৱী মাৰ আশীৰ্বাদত সকলোৰে কল্যান হওঁক।”

https://www.youtube.com/watch?v=IfSJy3_Lkuo

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation

Media Coverage

India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 জুন 2026
June 16, 2026

Viksit Bharat in Action: 12 Years of Roads, AI Unicorns, Export Booms & Unmatched Global Camaraderie"