১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত ৫১ সংখ্যক জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম এন্থনি আলবানিজৰে মিলিত হয়।
এক্স-ৰ এটা প’ষ্টত তেখেতে এইদৰে লিখিছেঃ
“কানাডাত অনুষ্ঠিত জি-৭ সন্মিলনৰ সময়ত মোৰ বন্ধু, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী আলবানিজক লগ পাই ভাল লাগিল! @AlboMP”
Good to meet my friend, PM Albanese of Australia during the G7 Summit in Canada!@AlboMP pic.twitter.com/vJxaptve6Y
— Narendra Modi (@narendramodi) June 17, 2025


