প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অনুসূচীত জাতি/জনজাতি সম্প্ৰদায়সমূহক শক্তিশালী কৰা আৰু মহিলা সৱলীকৰণ নিশ্চিত কৰাৰ ক্ষেত্ৰত ষ্টেণ্ড আপ ইণ্ডিয়াই যি ভূমিকা পালন কৰিছে সেয়া স্বীকাৰ কৰে। ষ্টেণ্ড আপ ইণ্ডিয়াই আজি ৭ বছৰ সম্পূৰ্ণ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
"আজি আমি #7YearsofStandUpIndia-ক চিহ্নিত কৰিছো আৰু অনুসূচীত জাতি/জনজাতি সম্প্ৰদায়ক শক্তিশালী কৰা আৰু মহিলা সৱলীকৰণ নিশ্চিত কৰাৰ ক্ষেত্ৰত এই পদক্ষেপে পালন কৰা ভূমিকাক স্বীকাৰ কৰিছো। ই আমাৰ লোকসকলৰ উদ্যোগৰ মনোভাৱো বৃদ্ধি কৰিছে।"
Today we mark #7YearsofStandUpIndia and acknowledge the role this initiative has played in empowering the SC/ ST communities and ensuring women empowerment. It has also boosted the spirit of enterprise our people are blessed with. https://t.co/x73prFVWVl
— Narendra Modi (@narendramodi) April 5, 2023