৩৮০০ কোটি টকা মূল্যৰ উন্নয়ণী প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা তথা আধাৰশিলা স্থাপন
“এখন উন্নত ভাৰত গঢ়াৰ বাবে ‘মে’ক ইন ইণ্ডিয়া’ৰ লগতে উত্পাদনী খণ্ডৰ পৰিসৰ বৃদ্ধিৰ প্ৰয়োজনীয়তা আছে”
‘‘সাগাৰমালা আঁচনি’ৰ অন্যতম বৃহত্ হিতাধিকাৰী হৈছে কৰ্ণাটক”
“ প্ৰথমবাৰৰ বাবে কৰ্ণাটকত ৩০ লাখৰো অধিক গ্ৰামীণ পৰিয়ালৰ ঘৰত উপলব্ধ হৈছে নল-সংযোগী পানীৰ যোগান”
“আয়ুষ্মান ভাৰত’ৰ লাভ আদায় কৰিছে ৩০ লাখৰো অধিক ৰোগীয়ে”
“পৰ্যটনৰ প্ৰগতিয়ে কুটীৰ শিল্প, আমাৰ কাৰিকৰ, গ্ৰামোদ্যোগ, পথৰ দাঁতিৰ বেপাৰী, অটোৰিক্সা চালক, টেক্সি চালকসকলক উপকৃত কৰে”
“আজি ডিজিটেল লেনদেনে ঐতিহাসিক পৰ্যায় লাভ কৰিছে আৰু ‘ভীম-ইউপিআই’ৰ দৰে আমাৰ উদ্ভাৱনসমূহে বিশ্বৰ দৃষ্টি আকৰ্ষিত কৰিছে”
“প্ৰায় ৬ লাখ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘অপ্টিকেল ফাইবা’ৰ সংস্থাপনৰ জৰিয়তে গাঁও পঞ্চায়তসমূহক সংযোজিত কৰা হৈছে”
“৪১৩ বিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাত্ ৩১ লাখ কোটি টকা পৰিমাণৰ পণ্য ৰপ্টানীৰে ভাৰতে নতুন অভিলেখ ৰচনা কৰিছে”
“প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰপ্লান’ৰ অধীনত দুশ পঞ্চাশটাৰো অধিক ৰেল আৰু স্থলপথ প্ৰকল্প চিনাক্ত কৰা হৈছে, যিয়ে বন্দৰসমূহৰ সংযোগব্যৱস্থাটোক প্ৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাংগালুৰুত এলানি উন্নয়ণী প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এইলানি প্ৰকল্পৰ নিৰ্মাণ ব্যয়ৰ পৰিমান হৈছে ৩৮০০ কোটি টকা।

এই উপলক্ষে অনুষ্ঠিত এখন জনসভাত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বাবে আজি এক ঐতিহাসিক দিৱস। এয়া লাগিলে ভৌগলিক সুৰক্ষাই হওক বা অৰ্থনৈতিক সুৰক্ষাই হওক, ভাৰতে আজি বিপুল সম্ভাৱনীয়তাৰ সাক্ষ্য বহণ কৰিছে। আজি আগবেলা হোৱা ‘আইএনএছ বিক্ৰান্ত’ৰ শুভাৰম্ভনীৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী ভাৰতীয়ই গৌৰৱৰে উথলি উঠাৰ কথা প্ৰকাশ কৰে।

উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এইসমূহ প্ৰকল্পই কৰ্ণাটকবাসীৰ জীৱন ধাৰণৰ স্বাচ্ছন্দ্যৰ লগতে নিয়োগ সম্ভাৱনীয়তাৰ পৰিসৰ বৃদ্ধি কৰিব, বিশেষকৈ এখন জিলা আৰু এটা সামগ্ৰী আঁচনিয়ে অঞ্চলটোৰ মত্স্যজীৱি, কাৰিকৰ আৰু কৃষকসকলৰ বাবে বজাৰৰ উপলব্ধতা প্ৰদান কৰিব।

‘পঞ্চপণ’ৰ প্ৰসংগত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে লালকিল্লাৰ প্ৰাংগণৰ পৰা দিয়া ভাষণত তেওঁ উল্লেখ কৰা ‘পঞ্চপণ’ৰ প্ৰথমটো পণ হৈছে এখন উন্নত ভাৰত গঢ়ি তোলাটো। এখন উন্নত ভাৰত গঢ়ি তুলিবলৈ হলে দেশৰ উত্পাদনী খণ্ডৰ, ‘মে’ক ইন ইণ্ডিয়া’ৰ পৰিসৰ বৃদ্ধি কৰাটো অতিকে জৰুৰী বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

‘বন্দৰৰ মাধ্যমেৰে উন্নয়ণ সম্ভৱ কৰা’ৰ দিশে আগবঢ়াৰ বাবে দেশে কৰা প্ৰয়াসৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বিকাশৰ বাবে ই এক গুৰুত্বপূৰ্ণ মন্ত্ৰ বুলি উল্লেখ কৰে। এনে প্ৰয়াসৰ পৰিণতিতে বিগত ৮টা বছৰত ভাৰতৰ বন্দৰসমূহৰ সামৰ্থ্য পূৰ্বৰ তুলনাত প্ৰায় দুগুণলৈ বৃদ্ধি পাইছে বুলিও তেওঁ উল্লেখ কৰে।

শেহতীয়া ৮টা বছৰত উন্নয়ণী আন্তঃগাঁথনি নিৰ্মাণক প্ৰাথমিকতা প্ৰদান কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ সুবাদত বাৰুকৈয়ে উপকৃত হৈছে কৰ্ণাটক। প্ৰসংগক্ৰমে তেওঁ কৰ্ণাটকক ‘‘সাগাৰমালা আঁচনি’ৰ অন্যতম বৃহত্ হিতাধিকাৰী বুলিও অভিহিত কৰে। বিগত ৮টা বছৰত ৭০ হাজাৰ কোটি টকা মূল্যৰ ঘাইপথ প্ৰকল্প সংযোজিত কৰাৰ লগতে ১ লাখ কোটিৰো অধিক মূল্যৰ প্ৰকল্পৰ কাম চলি থকাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। যোৱা ৮টা বছৰত কৰ্ণাটকৰ ৰে’ল বাজেটৰ পৰিসৰ চাৰিগুণে বৃদ্ধি পোৱাৰ কথাও তেওঁ উল্লেখ কৰে।

শেহতীয়া ৮টা বছৰত হোৱা উন্নয়ণৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ দুখীয়া জনসাধাৰণৰ বাবে ৩ কোটিৰো অধিক আবাস গৃহ নিৰ্মাণ কৰাৰ লগতে কৰ্ণাটকৰ দুখীয়া লোকসকলৰ বাবে ৮ লাখৰো অধিক পৰিমাণৰ পকী ঘৰৰ অনুমোদন প্ৰদান কৰা হৈছে। ইফালে, বহু হাজাৰ মধ্যবিত্তীয় পৰিয়ালকো গৃহনিৰ্মাণৰ বাবে বহু কোটি টকাৰ সহযোগিতা আগবঢ়োৱা হৈছে। সেইদৰে ‘জল জীৱন মিছন’ৰ অধীনত দেশত ৬ কোটি পৰিয়াললৈ নল-সংযোগী পানী যোগান সেৱা উপলব্ধ কৰাৰ কথা উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে কয়, “প্ৰথমবাৰৰ বাবে কৰ্ণাটকত ৩০ লাখৰো অধিক গ্ৰামীণ পৰিয়ালৰ ঘৰত উপলব্ধ হৈছে নল-সংযোগী পানীৰ যোগান”। ‘আয়ুষ্মান ভাৰত আঁচনি’ৰ জৰিয়তে দেশৰ ৪ কোটি দুখীয়া লোকে হাস্পটালত থকাকালীন চিকিত্সা বিনামূলীয়াকৈ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ সুবাদত এই পৰ্যন্ত দৰিদ্ৰ লোকসকলৰ বাবে হোৱা ব্যয়ৰ ৫০ হাজাৰ কোটি টকা ৰাহি কৰিব পৰা গৈছিল। প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে কয়, “কৰ্ণাটকৰ ৩০ লাখৰো অধিক ৰোগীয়ে ‘আয়ুষ্মান ভাৰত’ৰ লাভ আদায় কৰিছে।”

“পৰ্যটনৰ প্ৰগতিয়ে কুটীৰ শিল্প, আমাৰ কাৰিকৰ, গ্ৰামোদ্যোগ, পথৰ দাঁতিৰ বেপাৰী, অটোৰিক্সা চালক, টেক্সি চালকসকলক উপকৃত কৰে” ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয়, “আজি ডিজিটেল লেনদেনে ঐতিহাসিক পৰ্যায় লাভ কৰিছে আৰু ‘ভীম-ইউপিআই’ৰ দৰে আমাৰ উদ্ভাৱনসমূহে বিশ্বৰ দৃষ্টি আকৰ্ষিত কৰিছে।” “প্ৰায় ৬ লাখ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘অপ্টিকেল ফাইবাৰ’ সংস্থাপনৰ জৰিয়তে গাঁও পঞ্চায়তসমূহক সংযোজিত কৰা হৈছে” বুলিও তেওঁ উল্লেখ কৰে।

বিগত সময়ছোৱাত দেশৰ উত্পাদনীখণ্ডৰ বিশেষ প্ৰগতি হোৱা বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে “৪১৩ বিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাত্ ৩১ লাখ কোটি টকা পৰিমাণৰ পণ্য ৰপ্টানীৰে ভাৰতে নতুন অভিলেখ ৰচনা কৰিছে” বুলি তথ্য দাঙি ধৰে।

প্ৰসংগক্ৰমে তেওঁ “প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰপ্লান’ৰ অধীনত দুশ পঞ্চাশটাৰো অধিক ৰেল আৰু স্থলপথ প্ৰকল্প চিনাক্ত কৰা হৈছে, যিয়ে বন্দৰসমূহৰ সংযোগব্যৱস্থাটোক প্ৰশস্থ কৰি তুলিব” বুলি মন্তব্য কৰে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India to become second nation with commercial fast breeder reactor: Singh

Media Coverage

India to become second nation with commercial fast breeder reactor: Singh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam highlighting fundamental causes of progress
April 28, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today highlighting that effort, self-control, skill, vigilance, patience, memory, and initiating any task with thoughtful consideration are the fundamental causes of progress.

The Prime Minister remarked that hard work performed with patience and dedication can yield remarkable success, further pointing out that it also infuses the nation's prosperity and strength with fresh vigor.

The Prime Minister wrote on X:

"संयम और समर्पण के साथ किया गया परिश्रम अद्भुत सफलता दे सकता है। इससे राष्ट्र की समृद्धि और सामर्थ्य को भी एक नई ऊर्जा मिलती है।

उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः।

समीक्ष्य च समारम्भो विद्धिमूलं भवस्य तु॥"

Effort, self-control, skill, vigilance, patience, memory and initiating any task with thoughtful consideration, these are all the fundamental causes of progress.