‘পুনে পৌৰ নিগম’ চৌহদত ছট্টপতি শিৱাজীৰ প্ৰতিমূৰ্তি উন্মোচন
ভিন্ন উন্নয়নী প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে ‘আৰ কে লক্ষ্মণ কলা বিথিকা তথা সংগ্ৰহালয়’ৰ দ্বাৰ উন্মোচন
“আমাৰ সকলোৰে হৃদয়ত বাস কৰি অহা শিৱাজী মহাৰাজৰ এই প্ৰতিমূৰ্তিয়ে যুৱ-প্ৰজন্মৰ মনত দেশপ্ৰেমৰ মানসিকতা উজ্জীৱিত কৰিব”
“পুনেই শিক্ষা, গৱেষণা তথা উন্নয়ণ, তথ্য প্ৰযুক্তি আৰু অটোমোবাইল ক্ষেত্ৰত নিজৰ স্থিতি নিৰন্তৰ সবল কৰি আহিছে। এনে প্ৰেক্ষাপটতে পুনেৰ জন সাধাৰণৰ বাবে আধুনিক সা-সুবিধাৰ প্ৰয়োনীয়তা আছে আৰু আমাৰ চৰকাৰে এই কথাৰ প্ৰতি দৃষ্টি ৰাখিয়েই কৰ্মত অগ্ৰসৰ হৈছে”।
“এই মেট্ৰোয়ে পুনেৰ যাতায়াত ব্যৱস্থা অধিক মসৃণ কৰাৰ লগতে প্ৰদূষণ আৰু ভিৰৰ পৰা সকাহ দান কৰি পুনেৰ জনসাধাৰণৰ জীৱন স্বাচ্ছন্দ্যপূৰ্ণ কৰি তুলিব”।
“দ্ৰুত গতিত প্ৰগতি লাভ কৰা আজিৰ ভাৰতত আমি গতিবেগ আৰু পৰিমাত্ৰাত গুৰুত্ব দিবই লাগিব। সেয়ে আমাৰ চৰকাৰে যুগুতাই উলিয়াইছে ‘পিএম-গতিশক্তি নেশ্যনেল মাষ্টাৰ প্লান”।
“চহৰ-পৰিকল্পনাৰ ক্ষেত্ৰত আধুনিকতাৰ লগতে পুনেৰ প্ৰচীন পৰম্পৰা আৰু মহাৰাষ্ট্ৰৰ গৌৰৱগাঁথাকো সম গুৰুত্ব প্ৰদান কৰা হৈছে”।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনে ভ্ৰমণ কৰে আৰু ‘পুনে মেট্ৰো ৰে’ল প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে বহুকেইটা উন্নয়নী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিং কোশীয়াৰী, উপ মুখ্যমন্ত্ৰী শ্ৰী অজিত পৱাৰ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামদাস আঠাৱালে, সাংসদ শ্ৰী প্ৰকাশ জাৱড়েকাৰ আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে দেশৰ স্বাধীনতা সংগ্ৰামত পুনেই আগবঢ়োৱা অৱদানৰ কথা সোঁৱৰণ কৰাৰ লগতে লোকমান্য তিলক, চাপেকৰ ভাতৃসকল, গোপাল গণেশ আগৰকৰ, সেনাপতি বাপত, গোপাল কৃষ্ণ দেশমুখ, আৰ জি ভাণ্ডাৰকৰ আৰু মহাদেৱ গোৱিন্দ ৰানাডে আদিৰ দৰে স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে ‘পুনে পৌৰ নিগম’ চৌহদত ছট্টপতি শিৱাজী মহাৰাজৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰে। ইয়াৰ পূৰ্বে তেওঁ মহান যোদ্ধাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। ভাষণ প্ৰসংগত তেওঁ কয়, “আমাৰ সকলোৰে হৃদয়ত বাস কৰি অহা শিৱাজী মহাৰাজৰ এই প্ৰতিমূৰ্তিয়ে যুৱ-প্ৰজন্মৰ মনত দেশপ্ৰেমৰ মানসিকতা উজ্জীৱিত কৰিব”।

‘পুনে মেট্ৰো প্ৰকল্প’ৰ শুভাৰম্ভ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয়, “এয়া মোৰেই ভাগ্য যে আপোনালোকে মোক ‘পুনে মেট্ৰো ৰে’ল প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰিবলৈ আমন্ত্ৰণ জনাইছিল আৰু এতিয়াও আপোনালোকে মোকেই প্ৰকল্পটোৰ শুভাৰম্ভ ঘোষণাৰ সুযোগ প্ৰদান কৰিছে। এই কথাই পৰিকল্পনা একোটাক যে নিৰ্দ্ধাৰিত সময়সূচীৰ ভিতৰতে সম্পূৰ্ণ কৰি তুলিব পৰা যায় সেই বাৰ্তাও প্ৰেৰণ কৰিছে”। শ্ৰী মোদীয়ে উল্লেখ কৰে, “পুনেই শিক্ষা, গৱেষণা তথা উন্নয়ণ, তথ্য প্ৰযুক্তি আৰু অটোমোবাইল ক্ষেত্ৰত নিজৰ স্থিতি নিৰন্তৰ সবল কৰি আহিছে। এনে প্ৰেক্ষাপটতে পুনেৰ জন সাধাৰণৰ বাবে আধুনিক সা-সুবিধা প্ৰয়োনীয়তা আছে আৰু আমাৰ চৰকাৰে এই কথাৰ প্ৰতি দৃষ্টি ৰাখিয়েই কৰ্মত অগ্ৰসৰ হৈছে”।

তেওঁ কয় যে ২০১৪চন পৰ্যন্ত দেশত তেনেই কেইখনমান মহানগৰীতহে মেট্ৰো সেৱা উপলব্ধ আছিল, পিচে, আজিৰ তাৰিখত দেশৰ দুই ডজনতকৈয়ো অধিক মহানগৰী হয় মেট্ৰো সেৱাৰে উপকৃত হৈছে অথবা অনতি বিলম্বে এই সেৱা উপলব্ধ কৰিবলৈ সাজু হৈছে। মুম্বাই, থানে, নাগপুৰ আৰু পিম্প্ৰি চিনচৱাড় পুনে আদিৰ মেট্ৰো সেৱাৰ কথা যদি ধৰা হয় তেন্তে মহাৰাষ্ট্ৰই ইয়াৰ সম্প্ৰসাৰণত উল্লেখনীয় অংশীদাৰিত্ব গ্ৰহণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। পুনে মেট্ৰোৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয়, “এই মেট্ৰোয়ে পুনেৰ যাতায়াত ব্যৱস্থা অধিক মসৃণ কৰাৰ লগতে প্ৰদূষণ আৰু ভিৰৰ পৰা সকাহ দান কৰি পুনেৰ জনসাধাৰণৰ জীৱন  স্বাচ্ছন্দ্যপূৰ্ণ কৰি তুলিব”।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে “দ্ৰুত গতিত প্ৰগতি লাভ কৰা আজিৰ ভাৰতত আমি গতিবেগ আৰু পৰিমাত্ৰাত গুৰুত্ব দিবই লাগিব। সেয়ে আমাৰ চৰকাৰে ‘পিএম-গতিশক্তি নেশ্যনেল মাষ্টাৰ প্লান’ যুগুতাই উলিয়াইছে” বুলি মন্তব্য কৰে। তেওঁ চহৰ-পৰিকল্পনাৰ ক্ষেত্ৰত আধুনিকতাৰ লগতে পুনেৰ প্ৰচীন পৰম্পৰা আৰু মহাৰাষ্ট্ৰৰ গৌৰৱগাঁথাকো সম গুৰুত্ব প্ৰদান কৰা হৈছে বুলিও উল্লেখ কৰে।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে “দ্ৰুত গতিত প্ৰগতি লাভ কৰা আজিৰ ভাৰতত আমি গতিবেগ আৰু পৰিমাত্ৰাত গুৰুত্ব দিবই লাগিব। সেয়ে আমাৰ চৰকাৰে ‘পিএম-গতিশক্তি নেশ্যনেল মাষ্টাৰ প্লান’ যুগুতাই উলিয়াইছে” বুলি মন্তব্য কৰে। তেওঁ চহৰ-পৰিকল্পনাৰ ক্ষেত্ৰত আধুনিকতাৰ লগতে পুনেৰ প্ৰচীন পৰম্পৰা আৰু মহাৰাষ্ট্ৰৰ গৌৰৱগাঁথাকো সম গুৰুত্ব প্ৰদান কৰা হৈছে বুলিও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে পুনেৰ বেলৱাড়ীত বিশিষ্ট কাৰ্টুনিষ্ট আৰ কে লক্ষ্মণৰ স্মৃতিত নিৰ্মাণ কৰি উলিওৱা এটা কলা বিথিকা তথা সংগ্ৰহালয়ৰ দ্বাৰো উন্মোচন কৰে।

শ্ৰী মোদীয়ে উল্লেখ কৰে, “পুনেই শিক্ষা, গৱেষণা তথা উন্নয়ণ, তথ্য প্ৰযুক্তি আৰু অটোমোবাইল ক্ষেত্ৰত নিজৰ স্থিতি নিৰন্তৰ সবল কৰি আহিছে। এনে প্ৰেক্ষাপটতে পুনেৰ জন সাধাৰণৰ বাবে আধুনিক সা-সুবিধা প্ৰয়োনীয়তা আছে আৰু আমাৰ চৰকাৰে এই কথাৰ প্ৰতি দৃষ্টি ৰাখিয়েই কৰ্মত অগ্ৰসৰ হৈছে”।

এই কথাই পৰিকল্পনা একোটাক যে নিৰ্দ্ধাৰিত সময়সূচীৰ ভিতৰতে সম্পূৰ্ণ কৰি তুলিব পৰা যায় সেই বাৰ্তাও প্ৰেৰণ কৰিছে”।

পুনে মেট্ৰোৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয়, “এই মেট্ৰোয়ে পুনেৰ যাতায়াত ব্যৱস্থা অধিক মসৃণ কৰাৰ লগতে প্ৰদূষণ আৰু ভিৰৰ পৰা সকাহ দান কৰি পুনেৰ জনসাধাৰণৰ জীৱন  স্বাচ্ছন্দ্যপূৰ্ণ কৰি তুলিব”।

মুম্বাই, থানে, নাগপুৰ আৰু পিম্প্ৰি চিনচৱাড় পুনে আদিৰ মেট্ৰো সেৱাৰ কথা যদি ধৰা হয় তেন্তে মহাৰাষ্ট্ৰই ইয়াৰ সম্প্ৰসাৰণত উল্লেখনীয় অংশীদাৰিত্ব গ্ৰহণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে।

তেওঁ চহৰ-পৰিকল্পনাৰ ক্ষেত্ৰত আধুনিকতাৰ লগতে পুনেৰ প্ৰচীন পৰম্পৰা আৰু মহাৰাষ্ট্ৰৰ গৌৰৱগাঁথাকো সম গুৰুত্ব প্ৰদান কৰা হৈছে বুলিও উল্লেখ কৰে।

 

 

 

 

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে “দ্ৰুত গতিত প্ৰগতি লাভ কৰা আজিৰ ভাৰতত আমি গতিবেগ আৰু পৰিমাত্ৰাত গুৰুত্ব দিবই লাগিব। সেয়ে আমাৰ চৰকাৰে ‘পিএম-গতিশক্তি নেশ্যনেল মাষ্টাৰ প্লান’ যুগুতাই উলিয়াইছে” বুলি মন্তব্য কৰে। তেওঁ চহৰ-পৰিকল্পনাৰ ক্ষেত্ৰত আধুনিকতাৰ লগতে পুনেৰ প্ৰচীন পৰম্পৰা আৰু মহাৰাষ্ট্ৰৰ গৌৰৱগাঁথাকো সম গুৰুত্ব প্ৰদান কৰা হৈছে বুলিও উল্লেখ কৰে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PM Modi Turned India's Ordnance Factories Into Atmanirbhar Powerhouse

Media Coverage

How PM Modi Turned India's Ordnance Factories Into Atmanirbhar Powerhouse
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Speaks with President of France
March 19, 2026
PM discusses West Asia Situation and Emphasizes Need for De-escalation

Prime Minister Shri Narendra Modi held a conversation with President Emmanuel Macron of France to discuss the situation in West Asia and urgent need for de-escalation and return to dialogue and diplomacy. Shri Modi and President Macron looked forward to continuing their close coordination to advance peace and stability in the region and beyond.

The Prime Minister wrote on X:

"Spoke with my dear friend, President Emmanuel Macron, on the situation in West Asia and the urgent need for de-escalation, as well as a return to dialogue and diplomacy.

We look forward to continuing our close coordination to advance peace and stability in the region and beyond."