প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ এন ডি এ চৰকাৰক আন্তঃগাঁথনি নেতৃত্বাধীন বিকাশৰ প্ৰতি অটল দায়বদ্ধতাৰ বাবে প্ৰশংসা কৰিছে। হিন্দুহ্ৰুদয়সম্ৰাট বালাছাহেব ঠাকৰে মহাৰাষ্ট্ৰ সমৰুদ্ধি মহামাৰ্গৰ উদ্বোধনৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ এন ডি এ চৰকাৰক প্ৰশংসা কৰে।
উক্ত উদ্বোধনী অনুষ্ঠান সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দিয়া এটা পোষ্টৰ প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে লিখিছে;
" সংযোগ উন্নত কৰা আৰু ‘জীৱন সহজ’ কৰি তোলাৰ বিষয়ত অহৰহ মনোনিৱেশ কৰাৰ বাবে মহাৰাষ্ট্ৰৰ এন ডি এ চৰকাৰক ধন্যবাদ জনাইছো।"
Compliments to the NDA Government in Maharashtra for their continuous focus on improving connectivity and boosting ‘Ease of Living.’ https://t.co/tS6jhB2oED
— Narendra Modi (@narendramodi) June 5, 2025
“महाराष्ट्रातील कनेक्टिव्हिटीत सुधारणा घडवून आणणे आणि जीवन सुलभतेला चालना देणे यावर सातत्यपूर्णतेने लक्ष केंद्रित केल्याबद्दल राष्ट्रीय लोकशाही आघाडी सरकारचे अभिनंदन!”
महाराष्ट्रातील कनेक्टिव्हिटीत सुधारणा घडवून आणणे आणि जीवन सुलभतेला चालना देणे यावर सातत्यपूर्णतेने लक्ष केंद्रित केल्याबद्दल राष्ट्रीय लोकशाही आघाडी सरकारचे अभिनंदन! https://t.co/tS6jhB2oED
— Narendra Modi (@narendramodi) June 5, 2025


