ধানমন্ত্ৰীয়ে ক’লে, ‘অৰ্থনৈতিক প্ৰেক্ষাপটটোৰ বাবে ই এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে’

চতুৰ্থ বৰ্ষপূৰ্তিত ‘জিএছটি’-ক ভূয়সী প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ভাৰতৰ অৰ্থনৈতিক প্ৰেক্ষাপটটোৰ বাবে ই এক মাইলৰ খুঁটি হিচাপেই চিহ্নিত হৈছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰতৰ অৰ্থনৈতিক প্ৰেক্ষাপটটোৰ বাবে ‘জিএছটি’ এক মাইলৰ খুঁটি হিচাপেই চিহ্নিত হৈছে। ই সৰ্বসাধাৰণ মানুহৰ ক্ষেত্ৰত কৰৰ সংখ্যা, এনে বাধ্য-বাধকতাৰ লগতে সামগ্ৰিক ভাবে কৰৰ হেঁচা কমোৱাৰ বিপৰীতে স্বচ্ছতা, দায়বদ্ধতা আৰু সামগ্ৰিক কৰ সংগ্ৰহৰ পৰিমাণ লক্ষনীয় হাৰত বৃদ্ধি কৰিছে।#জিএছটিৰ ৪বছৰ”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Shortcuts will cut you short’: PM Modi’s message for youngsters at former President Kovind’s autobiography launch

Media Coverage

‘Shortcuts will cut you short’: PM Modi’s message for youngsters at former President Kovind’s autobiography launch
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 আগষ্ট 2026
August 13, 2026

Aatmanirbhar in Motion: Solar Homes, Made-in-India Containers, Record Exports & a Rising Global Footprint Under the Leadership of PM Modi