প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতাৰ পাছত প্ৰথমবাৰ সীমান্ত পথ সংস্থাৰ দ্বাৰা অৰুণাচল প্ৰদেশৰ কুৰুং কুমে জিলাৰ সবাতোকৈ দূৰৱৰ্তী স্থানৰ অন্যতম হুৰীৰ ফালে যোৱা ২৭৮ কিলোমিটাৰ দীঘল হাপোলি-সৰলী-হুৰী পথৰ ব্লেকটপিং কৰা কামৰ প্ৰশংসা কৰিছে।

সীমান্ত পথ সংস্থাৰ টুইটৰ শৃংখলা শ্বেয়াৰ কৰি, প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"প্ৰশংসনীয় প্ৰাপ্তি!"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Teachers: The artists of education

Media Coverage

Teachers: The artists of education
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ছেপ্টেম্বৰ 2026
September 07, 2026

Vasudhaiva Kutumbakam in Action: Tech Hub, Border Villages, Global Leadership by PM Modi