প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'স্বস্ত দৃষ্টি স্মৃদ্ধ কাশী' অভিযানৰ সৈতে জড়িত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱীয়াৰ এক টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰেৰণ কৰা টুইটত কয়:
“এই অভিযানত অংশগ্ৰহণ কৰা কাশীৰ মোৰ ভাই-ভনীসকলক আন্তিৰক শুভকামনা জ্ঞাপন কৰিছো। আপোনালোকৰ আৰোগ্যপূৰ্ণ জীৱনে কাশীৰ বিকাশৰ ক্ষেত্ৰত নতুন শক্তি প্ৰদান কৰিব”।
इस अभियान का हिस्सा बने काशी के मेरे सभी भाई-बहनों को हार्दिक शुभकामनाएं। आपका आरोग्यपूर्ण जीवन काशी के विकास में नई ऊर्जा प्रदान करेगा। https://t.co/FE0o72cG36
— Narendra Modi (@narendramodi) February 3, 2023


