আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাহৰেইনৰ ৰজা মহামহিম হামাদ বিন ইছা আল খলিফাৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।

বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ বাহৰেইনত সংঘটিত আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। এই কঠিন সময়ত তেওঁ বাহৰেইনৰ জনসাধাৰণৰ সৈতে ভাৰতে দৃঢ়তাৰে থিয় দিয়াৰ কথা প্ৰকাশ কৰে।প্ৰধানমন্ত্ৰীয়ে বাহৰেইনত ভাৰতীয় সমাজলৈ আগবঢ়োৱা অটল সমৰ্থন তথা যত্নৰ বাবেও মহামহিমক ধন্যবাদ জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে ;

"বাহৰেইনৰ ৰজা মহামহিম হামাদ বিন ইছা আল খলিফাৰ সৈতে এক ফলপ্ৰসূ টেলিফোন বাৰ্তালাপ হয় । ভাৰতে বাহৰেইনৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দিছে আৰু এই কঠিন সময়ত দেশখনৰ জনসাধাৰণৰ সৈতে ঐক্যৰে থিয় দিছে। বাহৰেইনত ভাৰতীয় সম্প্ৰদায়লৈ আগবঢ়োৱা অটল সমৰ্থনৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'

Media Coverage

Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 আগষ্ট 2026
August 30, 2026

Tiranga in Tashkent, Relief in Nepal: Soft Power Meets First Responder

Vocal for Local, Nari Shakti, Real Heroes: Mann Ki Baat’s Atmanirbhar Hour