প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ সাংস্কৃতিক আৰু আধ্যাত্মিক জীৱনত সংস্কৃতৰ স্থায়ী প্ৰাসংগিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দূৰদৰ্শনৰ সুপ্ৰভাতম কাৰ্যসূচীত ইয়াৰ দৈনিক উপস্থিতিৰ কথা উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে লক্ষ্য কৰে যে প্ৰতিদিনে পুৱা এই কাৰ্যসূচীত মূল্যবোধ আৰু সংস্কৃতিক নিৰবিচ্ছিন্নভাৱে একত্ৰিত কৰা এক সংস্কৃত সুভাসিতা (বিজ্ঞ উক্তি) উপস্থাপন কৰা হয়।

 

এক্স-ৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়ঃ

 

"দূৰদৰ্শনৰ সুপ্ৰভাতম অনুষ্ঠানত দৈনিক সংস্কৃত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াত মূল্যবোধৰ পৰা সংস্কৃতিলৈকে বিভিন্ন বিষয় সামৰি লোৱা হৈছে।" ইয়াক আপডেট কৰক .......... আইডিটো দিয়া হৈছেঃ

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
ET@Davos 2026: ‘India has already arrived, no longer an emerging market,’ says Blackstone CEO Schwarzman

Media Coverage

ET@Davos 2026: ‘India has already arrived, no longer an emerging market,’ says Blackstone CEO Schwarzman
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জানুৱাৰী 2026
January 23, 2026

Viksit Bharat Rising: Global Deals, Infra Boom, and Reforms Propel India to Upper Middle Income Club by 2030 Under PM Modi