প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিকাশৰ যাত্ৰাত আন্তঃগাঁথনি বিপ্লৱৰ ১১ বছৰ উদযাপন এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰে, যি এটা দশকৰো অধিক কাল পৰিৱৰ্তনশীল আন্তঃগাঁথনিগত উন্নয়নে দেশখনক আগুৱাই লৈ গৈছে। শ্ৰী মোদীয়ে ৰে’লপথ, ঘাইপথ, বন্দৰ আৰু বিমানবন্দৰসমূহক সামৰি আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতৰ অসাধাৰণ অগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাৰ ফলত যোগাযোগ, অৰ্থনৈতিক সম্প্ৰসাৰণ, জীৱন ধাৰণৰ সুচলতাৰ উন্নতি আৰু নাগৰিকসকলৰ বাবে সমৃদ্ধি বৃদ্ধি পায়।

 

তেওঁ পুনৰ কয় যে পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনিৰ বাবে ভাৰতৰ প্ৰচেষ্টা বহনক্ষম আৰু দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত, যিয়ে এখন আত্মনিৰ্ভৰশীল ভাৰতৰ ভেটি স্থাপন কৰে।

 

এক্সত MyGovIndiaৰ এটা পৃথক পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে লিখিছে:

 

'অসাধাৰণ আন্তঃগাঁথনি সংযোজনৰ সৈতে এয়া #11YearsOfInfraRevolution, যি ভাৰতৰ বিকাশৰ গতি বৃদ্ধি কৰিছে। ৰে'লপথৰ পৰা ঘাইপথলৈ, বন্দৰৰ পৰা বিমানবন্দৰলৈকে, ভাৰতৰ দ্ৰুতগতিত সম্প্ৰসাৰিত আন্তঃগাঁথনি নেটৱৰ্কে ‘জীৱন ধাৰণৰ সুচলতা’ আৰু সমৃদ্ধি বৃদ্ধি কৰিছে।”

 

‘পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনিৰ বাবে ভাৰতৰ প্ৰচেষ্টা বহনক্ষম আৰু দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত ই এখন আত্মনিৰ্ভৰশীল ভাৰতৰ ভেটি স্থাপন কৰিছে!

#11YearsOfInfraRevolution”

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
New high for India-made car exports

Media Coverage

New high for India-made car exports
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 জুলাই 2026
July 11, 2026

Record Exports, Record Investments, Record Pride: India’s Rise Under PM Modi is Multi-Dimensional